এৰালডাল এৰালডাল হেনো হেৰাল আবেলিৰ বেলিৰ বুকুত হেৰোৱা হালোৱা হাল সীৰলুত জী উঠে মোৰ ভালপোৱাৰ এফাল আবেলি আবেলি গৰুহাল হেৰোৱাই ভাল। বেলিৰ বুকুত আঁকা আছে তোমাৰ তেজৰঙা গোলাপী গাল হেৰোৱা এৰালডাল নিবিচৰাই হেনো ভাল!