পৃষ্ঠা:এমুঠি গীত আৰু কবিতা.pdf/৭

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

আঠ 3 এই মিলন-পুৱা লােৱ আমাৰ প্রীতি-সম্ভাষণ নকৰিবা ব্যর্থ বিপুল পূজা-আয়ােজন। উষাৰ নৱ পৱন লাগি ফুল-কলিটি উঠিল জাগি ; তাকে তােমাক দিলোঁ সঁপি, শুদ্ধ পৰাণ-মন। পুৱাৰ অবি বিমান উঠি 'ভুবন উজলায় ফুলৰ সৌৰভ পৱন ভৰি পুৰাণ আমােলায়। তােমাৰ আলাে, তােমাৰ গন্ধ, তােমাৰ পুৱা মিলন-ছন্দ, তৰুণ হিয়াত সজায় আমাৰ ভক্তি-সিংহাসন।। ১৯২০ বাজে এই ভক্তি-ভেৰি কাকলি জননী বীণাপাণি’ চৰণকমল আকোলি। ওপৰত গগনভা, জীৱনৰ অমৃত-ক্ষণত আহি দেৱী দেখা দিল ; শব্দৰূপৰস-ঘ্রাণে পমি যায় হৃদয়-শিলা বসন্তৰ আগে আগে, বাজে বীণ ছয়াে ৰাগে; সুৰে সুৰে উঠে প্রাণৰ প্রেম-বেণু উথলি।। তলে তাৰ জগত-সভা ; জ্বলে কাৰ পুণ্য-প্রভা বসুন্ধৰা উজলি’? দই একে মােহন-বেণু বাজে আজি বিজন জীৱনে। তােলে তাৰে প্রতিধ্বনি শূন্য পণে।। সঙ্গীত আহে ৰিণি ৰিণি, শান্ত সুৰে জীৱন-জিনি ; গীতৰ ৰেণু বিয়পে যেন গগন-পনে।