পৃষ্ঠা:এমুঠি গীত আৰু কবিতা.pdf/৪৪

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ইন্দ্ৰধনু শেষকথা মাগিলোঁ বিদায় হেৰা শেষ বাৰলই মই| যোৰাঁগই, চোৱাঁগই তেওঁ বাৰু চোৱাঁ কিয় ঘূৰি? তোমাৰ দুৱাৰ সৌৱা নুবুজাঁ কতনো দুখ পাওঁ দেখি মই সেই উজলিছে উষাৰ ৰাগেৰে; সকৰুণ তৰা-চকুযুৰি মোৰ হ’লে সন্মুখত নামিছে আন্ধাৰ,সেযে মাতে মোক ইঙ্গিতে-আকাৰে। এনেয়ে নধৰে চোন তুলুঙা নাৱত মোৰ আপোনাৰ যাতনাৰ ভাৰ; এই যে চকুৱে’ মোৰ বাগৰিছে ধাৰাষাৰ তোমাৰ দুখৰ বোজা তপত ৰুধিৰ বিদায়ৰ; তাতে কিয় দিয়াঁ জাপি। | ইয়াৰৰ বুৰঞ্জী মিলি এইদৰে চাই আৰুবাৰ? যক সেই আন্ধাৰেৰে লগতেই এই প্ৰণয়ৰ। মই যে তোমাক আৰু একো খোজা নাই - যিবা দুৰ্ভগীয়া জীৱনৰ এই ইতিহাস আৰু খুজিছিলোঁ, তাকো ঘূৰি ললোঁ; নাজানক কেঁৱে জগতত; ওঠৰ কঁপনি মোৰ ওঠতে নিয়াই মাৰ, জানিলাঁ শুনিলাঁ যিবা মই হেৰা মেলানি মাগিলোঁ। তুমি নিজে, সিও যেন মাৰ যক মনৰ মাজত। ভিখাৰী-জোলোঙা মোৰ তোমাৰ আগৰ পৰা সংসাৰত লই নিজ সুখৰ সঁজুলি তুমি তুলি ললোঁ পুনৰ পিঠিত; আঁছা, থাকাঁ আপোন সুখেৰে; বিলাপ-বিননি যত পৰি গৈছে তাৰ ওৰ, মই যে আহিলোঁ গুচি তোমাৰ সি দুৱাৰ-দলিত। নবজাওঁ বুলি ঘূৰি বীণখনি কৰুণ সুৰেৰে। জনমৰ ভিকহুৰ সেই আকলুৱা চোৱা নপৰিব তোমাৰ চকুত; কিনো হ'ব আৰু ৰচি এইদৰে অনাহক নালাগিব উপেক্ষিও অন্তৰৰ ব্যৰ্থ শোকগাঁথা; আৰু কাৰৰ ভালপোৱা প্ৰণয় কবিতা তেনে এয়ে শেষ বিচুন, দুখ পাব কোমল বুকুত। প্ৰণয়ৰ এয়ে শেষ কথা। মে, ১৯২৪