পৃষ্ঠা:এমুঠি গীত আৰু কবিতা.pdf/২৬

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ইন্দ্রধনু কতনাে ইঙ্গিত দিলো, | দিলোঁ খােজ আগলই পুতলাটি এৰি থই তেওঁ অ'ই নুশুনিলোঁ সেই নিৰজন পথাৰত। প্রতিবাণী সেই পুতলাৰ ; আজিও দূৰত ৰই পৰাণ বাতুলকই অচন অটল হই একেটি খােজতে ই নাচে সেই মােহিনী পুতলা ; আছে মাথোঁ পুতলি মায়াৰ। | স্বপ্ন নে দিঠক বুলি স্বার্থৰ সূতাৰে গঁথা আপােন লক্ষ্যৰ কথা | একেটি ভাবতে ভুলি আহি পাছে পৰিল মনত ; আজি মােৰ পৰাণ উতলা। ফেব্রুদ্বাৰী, ১৯১৫ আজলী পদুম অই আজলী পদুম অই পথৰ পথিক মই মুণ্ডচা হেপাহে কিয় যাব যে নােৱাৰোঁ আৰু, মােৰ ফালে চাই ৰৱ কিয়নাে মােহিলি বাৰু একেটি ভাবনা লই? এইদৰে কথা কই? আজলী পদুম অই আজলী পদুম অই পুখুৰীত ঠিয় হই আপােন কামৰ লই মুখেৰে হাঁহিটি যাচি সৰল ভাবতে নাচি মেটমৰা বােজা এটি, প্রাণ কৰে ছাটিফুটি, লগায় মৰম তই কেনেকে থাকিম ৰই আজলী পদুম অই আজলী পদুম অই কথাতে চেনেহ লই বেলি ভাটি দিবগই : মৰ যেন মৰমতে, পমি যাৱ চেনেহতে| ইয়াতে দিনটো যাব, বৰত বিফল হ’ব; টালি-ভুলি কথা কই চোৱাচোন বেলিলই আজলী পদুম অই আজলী পদুম অই নিফুট সুৰতে অই আকউ আন্ধাৰ হই গীত গাই ভাল পায়, লুকাব যেতিয়া ধৰা, মুখতেই পমি যায় চাব কোনে ক'ৰ পৰা সৰগৰ সুধা হই মােৰ লটিঘটিলই? আজলী পদুম অই আজলী পদুম অই 3