আজি কাৰ হেঁপাহৰ কণিকা |
আজি বৰ্ষাৰ অনন্ত বাজনা |
আজি হিয়াভৰাহেঁপাহে, |
কিবা প্রেম-প্রবাহ প্রতি অঙ্গে, |
তৰুণ পদ-তলে ৰাখাঁ হে সখা হে |
দেখুৱাঁ নিজ কায়া,করুণা-হিয়া হে। |
আজি কাৰ হেঁপাহৰ কণিকা |
আজি বৰ্ষাৰ অনন্ত বাজনা |
আজি হিয়াভৰাহেঁপাহে, |
কিবা প্রেম-প্রবাহ প্রতি অঙ্গে, |
তৰুণ পদ-তলে ৰাখাঁ হে সখা হে |
দেখুৱাঁ নিজ কায়া,করুণা-হিয়া হে। |