পৃষ্ঠা:এমুঠি গীত আৰু কবিতা.pdf/১১

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সফুৰা অর্পিছে সন্তানে মঙ্গল-আৰতি, বিজ্ঞান-সুৰুষে তােমাৰ আকাশ বজোৱাঁ গৰিমা-গীতি প্রবীণ। উপজিপুৱাতে কৰিলে প্রকাশ গুচোৱাঁ আজি তােমাৰ, জননী, তেও কিয় আজি মলিন বদন, জনম-দুখুনী বেশ মলিন।। কিয়নাে তােমাৰ এনে বিলাই? কিয় কান্দা আই বেজাৰ কিহৰ ? আনন্দ-ছন্দে জননী বন্দে ... তােমাৰ বয়ান কৰিম পােহৰ- | “জয়তু জননী।” বিজয় নিনাদ তােমাৰ সন্তান মিলি সকলােটি, উঠিছে আজিও শূন্যকোলাত। বজাম ভােমাৰ মহিমা বীণ। কঁপিছে তােমাৰ বিজয় নিশান আনন্দ-ছন্দে জননী বন্দে আজিও নীৰলে বসুন্ধৰাত।। মিলিছোঁ সলাে দুখীয়াহীন। জাতীয় যজ্ঞ পাতিছে সন্তানে, গুচাম তােমাৰ কেলেশ, জননী বিষাদ-বিননি এৰাঁ ৰঙ্গ মনে ; দেখুৱাঁ অতীত কীৰিতি-চিন।। পিন্ধাচোঁ পুনৰ গৌৰৱ-মুকুট, জগত বিয়াপি তােমাৰ ৰাগিনী দেখুৱা অতীত শকতি গাত। দিগ-দিগন্তক কপালে হায় আনন্দ-ছন্দে জননী বন্দে .... পােন-প্ৰথমতে তােমাৰ সন্তানে ১৯১৭ বিজয়পতাকা দিলে উৰাই।। তুমিয়ে যে পােন সােণৰ সপােন, যৌৱনৰ মােৰ কবিতা-গান, ই শুভ লগনে ম্লান বসনে’ দেখি আজি মােৰ ভাগিছে প্রাণ। মােহিনী তােমাৰ কিবা প্রতিজ্ঞাৰ তীব্র সাধনে মুকলি কেশ, কোন ভীম বীৰ এই সুন্দৰীৰ গুচাব জনম-খুনী বেশ ? মােহিনী এবাৰ দেখুৱাঁ তােমাৰ দুঃখ-দমন প্রতিভা-দাহ; শতেক দৈন্য-বিঘিনি সৈন্য- যক নিমিষতে সকলাে জাহ। তুমিয়ে সত্য ত্যাগ-মহাত্মা প্রচাৰি মৃত্যু-বিজয়ী গান, নতুন সুৰেৰে বীণটী বজাই কৰাঁ মতলীয়া প্রেমিক-প্রাণ। আজি বজা নাই জগত জগাই সেই এটি সুৰ, সিদেখি হায় কান্দে মলয়াই ইনাই বিনাই, ‘ভাৰত, সিদিন আজি নাই নাই। ১০