পৃষ্ঠা:এজন ডাক্তৰৰ কবিতা.pdf/৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

উছৰ্গা

 

 যাৰ অনুগ্রহত এই ধুনীয়া ধৰণী
 দেখাৰ সৌভাগ্য হল সেই
 পূজনীয় মা (শ্রীযুতা হিৰন্ময়ী দেৱী)ৰ
 চৰণত
 আৰু
 দেউতা (স্বর্গীয় ৰতিকান্ত শর্মা)ৰ
 মধুৰ স্মৃতিত উছৰ্গা কৰিলো।