পৃষ্ঠা:ঈশ্বৰলৈ অভিযোগ.pdf/৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ৰুবী আৰ্ট প্ৰেছৰ কৰ্মীবৃন্দলৈ তেখেত সকলৰ সহযোগিতাৰ বাৰে ধন্যবাদ জনালোঁ৷

 এই অকণমান কিতাপখনতে ইমানবোৰ মানুহৰ পৰা পোৱা সহায় সহযোগে মোক নিশ্চয় এখন ডাঙৰ কিতাপ লিখিবলৈ প্ৰেৰণা যোগাব। অৱশ্যে পঢ়ুৱৈ সমাজে এইখন পুথিক মৰমৰ চকুৰে চালেহে সেয়া সম্ভৱ হ'ব। এই সকলোৰে পৰা পোৱা মৰম আশীষৰ কথাই মই কব খুজিছিলোঁ।

জীৱন মাধুৰী নেওগ বৰা