মোৰ কোনো বন্ধুএ এই কিতাপখনিৰ প্ৰুফ সংশোধন কৰি ও ছবিৰ ব্লক দি সাহায্য কৰি মোক কৃতজ্ঞতা পাশত আবদ্ধ কৰিছে। সেই নিমিত্তে তেঁওক ধন্যবাদ জনাবৰ এই সুযোগ ললোঁ৷