লায়লা।
কিৰাপে পৰাণ আজি তিয়াগিলো মই॥ এই বুলি তুমি, সতি! মুদিলা দুচকু; অন্তৰত কৰি ধ্যান মুৰ্ত্তি কায়েচৰ; নশ্বৰ জীৱন এৰি, পালা স্বৰ্গলোক অনন্ত সুখৰ ঠাই, অনন্ত প্ৰেমৰ॥
৮৭