পৃষ্ঠা:আব্ৰাহাম লিঙ্কনৰ বক্তৃতা.djvu/৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

এই পুস্তিকাখনিৰ প্ৰচ্ছদপটত দিয়া মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ষোড়শ প্ৰেচিডেণ্ট আব্ৰাহাম
লিঙ্কনৰ প্ৰতিকৃতিটো মাৰ্কিন যুক্তৰাষ্ট্ৰৰ চতুস্ত্ৰিংশতম প্ৰেচিডেণ্ট ডিৱাইট্ ডি.
আইচেনহাওৱাৰে আঁকিছে। ছৱি আঁকাটো মিঃ আইচেনহাওৱাৰৰ অন্যতম নিছা।