দে। ইয়াক “লক্ আপত” থৈ মাইকীজনী ধৰিব, লাগিব।” যেনে কথা তেনে কাম। তেতিয়াই হাত-কেৰেয়া দি মাধৱক থানালৈ নিয়া হ'ল। লগতে বঘুবীৰ প্ৰমুখ্যে চোৰ খেদা কেইজনো গ'ল।
⸺