পৃষ্ঠা:আদি পাঠ (দ্বিতীয় ভাগ).pdf/৯

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পঞ্চম পা € ন্য আমাৰ দেশ ভাৰত-বৰ্ষৰ কথা কলোঁ। এতিয়৷ আমাৰ অতিকৈ আপোন অসম দেশৰ কথা শুন॥ পুৰণি কালত অসম দেশৰ নাম আছিল কামৰূপ। আজি কালিৰ বঙ্গদেশৰ প্ৰায় আধা-খিনি কামৰূপৰ ভিতৰত পৰিছিল। ভাটীৰ ৰংপুৰ, জলপাইগুৰি, কোচ-বিহাৰ, মৈমনসিংহ আদি জিল৷ এই দেশৰ মাজত