পৃষ্ঠা:আদি পাঠ (দ্বিতীয় ভাগ).pdf/৬

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বিদ্যাৰ বলতে লোকে উৰে আকাশত, বিদ্যাৰ বলতে যুঁজে পানীৰ তলত। বিদ্য৷ নাই যাৰ তাৰ দিনতে আন্ধাৰ, বিদ্যাহীন জীৱনত সকলে| অসাৰ। সকলে৷ ধনৰ ধন বিদ্যা মহ। ধন, যত পাৰ৷ সকলোৱে কৰ৷ উপাৰ্জ্জন। শ্ৰীলক্ষেশ্বৰ শৰ্ম্ম৷ বৰুৱা পদ্য আৰু গদ্য স + থ =স্থ, মুখস্থ ত+ন=ত্ন, যত্ন ওপৰৰ পাঠটে৷ পদ্যত লেখা। ইয়াৰ আগেয়ে যিবোৰ পাঠ পঢ়িল৷ পাঠ পঢ়িল৷ সেইবোৰ গদ্যত লেখা। আমি যি দৰে কথা কওঁ সেইদৰে লেখিলে গদ্য হয়। পদ্যত লেখা কথা সুৰ লগাই গাব পাৰি। সহজ কথাত তাকে পদ বুলিও কয়।