পৃষ্ঠা:আদি পাঠ (দ্বিতীয় ভাগ).pdf/২৮

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

[ 27 ] বাজি দমন কৰিবৰ কাৰণে গাৱঁৰ ডেকা- সকল সষ্টম হব লাগে। দ্বাদশ পাঠ সময়ৰ সদ, ব্যৱহাৰ আমাৰ দেশত নানা বিধ বস্তু জাত হয়। আমি ইবিলাকৰ বহুতৰে ভাল ব্যৱহাৰ নকৰোঁ। আৰু ধান খেতিৰ সময়ৰ বাহিৰে আমি বহুত সময় অববিত কটাওঁ। ইয়াৰপৰ৷ আমি দুখীয়া হৈ গৈছে৷। আজি কালি তামোল কটা কটাৰীখনে৷ আন দেশৰপৰাহে কিনি আনিব লাগে। আমাৰ দেশত বাঁহ কাঠ বেত যতে ততে পায়। লোহ৷ কিনি