পৃষ্ঠা:আদি পাঠ (দ্বিতীয় ভাগ).pdf/২৪

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

মেম্বৰ বাচি দিওঁ। তেওঁ আমাৰ প্ৰতি নিধি অৰ্থাৎ আমাৰ হৈ আমাৰ হকে কথা-কওঁত৷ আৰু কাম কৰোঁত॥ গতিকে আমাৰ প্ৰতিনিধিজন ভাল জনা-বুজ৷ মানুহ হব লাগে। ৰাইজৰ মঙ্গলৰ অৰ্থে কাম কৰোঁত৷ মানুহ হব লাগে, কোনো কথাত নিজৰ বেয়৷ হলেও ৰাইজৰ ভাল চিত্তিব লাগে। আমাৰ এই প্ৰতিনিধিসকলে গোট খাই লোকেলবোৰ্ড মিউনিচিপেল বোৰ্ড আৰু এচেম্‌ব্লি আৰু কাউনচিল গঠন কৰে। এচেম্‌ব্লিৰ মেম্বৰ-সকলৰ মাজৰপৰা গভৰ্ণৰ চাহাব বাহাদুৰে মন্ত্ৰীসকল নিয়োগ কৰে। এওঁলোকেই আমাৰ দেশ চলায়। সকলে৷ শাসনৰ ভাৰ তেওঁলোকৰ ওপৰত৷