পৃষ্ঠা:আদি পাঠ (দ্বিতীয় ভাগ).pdf/২৩

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

আকাশৰ ওপৰ ফালৰ বতাহ চেঁচা। এই চেঁচা বতাহত লাগি ভাপ পানীৰ বুঁদ খুদ বিন্দু হয়। এয়ে মেঘ। মেষেই দ্ৰুণ হৈ মাটিত পৰে। তাৰে পৰাই পানী। । পানী কেনেকৈ ঘূৰি থাকে চোৱা৷ পানীৰ পৰ৷ ভাপ—ভাপৰ পৰা মেঘৰ পৰ৷ বৰ্ত্তণ—বষুণত্ পৰ৷ আকৌ পানী। দশম পাঠ। Z ষ্ট দ ভোট দিয়া Th ‘ভোট দিয়া কথাটে৷ আমি সকলোৱে ভু পাওঁ। ভোট দি আমি একোজন