পৃষ্ঠা:আদি পাঠ (দ্বিতীয় ভাগ).pdf/১৫

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

[ ৪ ] পূৰণ আৰু হৰণ পূৰণ আৰু হৰণ অঙ্কৰ নাম শুনিছা কিজানি। তাকে৷ তোমালোকে জান৷। চোৱা বাৰু। আমাৰ এজনৰ হাতত দুখনকৈ কিতাপ আছে। দহজনৰ হাতত কেইখন থাকিব? কুৰিখন। বজাৰত পইচাত চাৰিটাকৈ তামোল বিক্ৰী হয়। তুমি তামোল বেচা। ছয় পইচাত কিমান তামোল দিবা? চৌবিশটা। এয়ে পূৰণ অঙ্ক। মোৰ ঘৰত পাঁচোটা লৰা-ছোৱালী আছে। আজি দহোট৷ আম লৈ ঘৰলৈ লৰা-ছোৱালীহঁতক কেইটাকৈ দিব পাৰিম? দুটাকৈ। গলো। পাইপতি