পৃষ্ঠা:আদি পাঠ (দ্বিতীয় ভাগ).pdf/১৪

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

[ ১৩ ] যেনে এক, দুই, তিনি, চাৰি—ইত্যাদি ক্ৰমত কুৰিলৈকে গণিব (লেখিব) নোৱাৰা মানুহ ইয়াত কোনো নাই। গণাচোন বাৰু ত্ৰিশ চল্লিশ পঞ্চাশ — কিমান হয় বাৰু? এয়ে অঙ্ক। যোগ আৰু বিয়োগ (২) আৰু চোৱা। আমি আজি ইস্কুলত একৈশ জন মানুহ আছে৷। এতিয়৷ যদি আৰু চাৰি জন আহি পায় কিমান হব? পঁচিশ জন। আকৌ এই একৈশ জনৰ পৰ৷ যদি পাঁচজন ঘৰলৈ গুচি যায়, কেইজন থাকিব? ষোল জন। এইবোৰ অংক। ইয়াৰ প্ৰথমটো যোগ আৰু দ্বিতীয়টো বিয়োগ।