পৃষ্ঠা:আদিপাঠ- প্ৰথম ভাগ.djvu/১৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[ ৯ ]

আখৰ লেখা


এতিয়া আমি আখৰ লেখিবলৈ শিকিম৷
 তলত দিয়া আঁচবোৰ টনা সহজ
 সকলোৱে যত্ন কৰা৷

 এতিয়া এই আঁচ কেইটা লগ-লগাই
আখৰ লেখা হব চোৱাঁ৷