আচাৰ বিজ্ঞান আলোচনা কৰোঁতে পূর্ব্বোক্ত অঙ্গিনা মুনিৰ বচনত পোৱা যায় তাৰ কাৰণ সহজে বুজা যায় যে, টোপনী যে প্রথমতে মুখ খুব । মাৰি উঠিলে মখত লাল কিছু না কিছু বৰ বেয়া লাগে আৰু নত ঘৃণা অগ্নে । গুচি অর্থাৎ দুর্গন্ধ যুক্ত হব নলাগে তাত থাকে, দি থাকিলে মুখখন মলত্যাগ কৰা ঠাই ডোখৰ বিহিত তৃণাদিৰে আড়াল দিব । ইয়াৰ কাৰণ বলা | পোৱা যাग, যব। । কঠিন হলে বাগবি ভৰিত পৰিব পাৰে, আৰু ও না হলে বৈ যা ভৰিত গণিবও পাৰে । ফুণৰ মাজৰ পৰা মলা গন্ধ কিছু বন পোৱা যায় ইত্যাদি। মূৰটো কাপোৰেৰে ঢকাৰ উদ্দেশ্য এই যে মুৰটো হৈছে শৰীৰৰ উত্তাঙ্গ, তাক সততে যথাসাধ্য ভালকৈ ৰাখিব লাগে । নিযৰ বতাহত উৰি আছা ধূলি বাণীৰ পৰা তাৰ মূৰত ৰ'দল। অতান্ত বতাহ লাগিল বায়ু কক্ষ লাগিলে অপান প্রভৃতি বায়ু প্রশমিত হয় । সেই সময়ত ৰ'দ, ৰক্ষা কৰিব লাগে ।। হয়, বেচি নি সেই কাৰণে পানী লগা বেমাৰ হয় । আৰু সেযে হলে অপান বায়ুৰ কাৰ্য্য মল-মূত্র ত্যাগ ঠিক মতে কেতিয়াও নহয। এই কাৰণে তেতিয়া কথা কৰও মানা কৰিছে৷ কিযনো কথা কলেও অপান বায়ুৰ উৰ্দ্ধৰ গড়ি হয়, আৰু কথা কোৱা সমযত মুখবিবৰত মলাপিৰ দুৰ্গন্ধ প্রবেশ কৰে । " তাৰ পৰা অনেক স্বাস্থ্য হানি হয়। এই উদ্দেশ্য গ্রহণ কৰি তেতিয়া খু পেলাব ও উশাহ লবলৈকে। নিষেধ কৰিছে । কাৰণ ৰু পেলালে গল শুকাই যায়, তেতিয়া শেপ ঢুকিব লগাত পৰে ৷ আৰু তাকে কৰিলে অলপ চলপ দুষিত বায়ু ভিতৰলৈ নোসোমোৱা কৈ নাথাকে সেই কাৰণে বিষ্ণু পুৰাণত লিখিছে “ তিষ্ঠেন্নাতিচিৰং তন্মিন্নৈব -
পৃষ্ঠা:আচাৰ বিজ্ঞান.djvu/৩৮
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই