পৃষ্ঠা:অৰণ্য কাণ্ড.pdf/৭০

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অৰণ্য কাণ্ড। বিজুলী সঞ্চাৰে যাই, ৰাক্ষসক লাগপাই, এক দিগি কৰিলেক থাই নামে শ্ৰীৰামৰশৰ, ব্যৰ্থ নাহি ৰাক্ষসৰ, পৰিল মাত্ৰকে প্ৰাণ যাই। কটো মহাতীক্ষ্ণ বাণ, দেখন্তে সঙ্কলে প্ৰাণ, পলাই ৰাক্ষস বেহুভঙ্গে। যেহি দিগি পলাই যাই, সেহিদিগে ৰাম ময়, ৰামে ঢাকিলন্ত দিশ সাঙ্গে | ৰামৰ অব্যৰ্থ শৰ, যম দণ্ড সমসৰ, ৰাম শৰ হুতাশন, খণ্ড খণ্ড কৰি ৰাক্ষসক। দহি কতো পঠাইলা যমক॥ ৰাক্ষস শুখান বন, সূৰ্য্যৰ কীৰণে যেন, অন্ধকাৰ ফালিলেক, অসংখ্য ৰাক্ষস গৈলা ক্ষয়। মাংস কদম ভৈলা, শোণিতে বহয় নদী, থাপদিয়া ভুঞ্জে কাক চয় | -0- I wi