পৃষ্ঠা:অৰণ্য কাণ্ড.pdf/৬৮

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অৰণ্য কাণ্ড। কাথৰক পায়া যেন, সাগৰৰ জল ৰৈল, থমকিল ৰাক্ষসৰ দল। ৰামে চাইআছা হাসি, বৰ বৰ বীৰে আসি, গালি পাৰি লগাইল৷ কন্দল॥ কেহো বোলে ধৰধৰ, মাৰ মাৰ কিবা চাস, মানুষ গোটক কিবা ডৰ। ৰাৱণৰ ভগিনীৰ, নাক কাণ কাটিলেক, মানি আৰ খাওঁ কলেবৰ॥ অল্প বলি সেনা মানে, ওচৰ চাপে ডৰে, দূষণে খৰত দিলা জান। একেশ্বৰে মানুষক, শূৰ্পনখী পাউক বহুমান | আপুনি মাৰিও আক, ॥ শুনি খৰে সাৰথিক, বোলে শীঘ্ৰে ৰথ ডাক, সাৰথিয়ে ডাকিলেক, চতুৰ্দ্দিশে মাৰে বেঢ়ি, চলাও মোক মানুষৰ কোল। ধৰ মাৰ উথলিল ৰোল শতঘ্নি যে শকতি ত্ৰিশূল। প্ৰাস ভল্ল ভিত্তিপাল, আনো অস্ত্ৰ হানিল বিপুল॥ ৰাঘবক দেখিলেক, গদ। মুদগৰ শৰ, অৰ্দ্ধচন্দ্ৰ কনিয়াল,