পৃষ্ঠা:অৰণ্য কাণ্ড.pdf/৬৬

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অৰণ্য কাণ্ড। ভুমিনে ভক্তৰ গতি। জয় জয় সাতা সতী ভূমিৰ সংহাৰাভাৰ 1 গুচোক সকল ডৰ। এহি মত তুতিকৰি। ৰামৰ আসন জুড়ি || কৰিলন্ত পুষ্প বৃষ্টি। শুনিয়োক নৰনাৰী। ৰাম ভৈলা মহাতুষ্টি ৰাম কথা মনকৰি॥ ইহাতেসে হৰে তাপ। ৰামত মিলয় ৰতি। অনন্ত কন্দলী ভণে। নষ্ট হোৱে কোপতাপ॥ হয় অন্ত কালে গতি। বোলা ৰাম ঘনে ঘণে॥ --0-- ছবি। সেনা গ্ৰাহি মহা বাহু, পৃথু গ্ৰীৱ যজ্ঞ শত্ৰু, নিস্কোদৰ ৰাক্ষস দমন। মহানীল মেঘদল, দুৰ্জ্জয় ৰাক্ষস তিনি, আৰো ত্ৰিশিৰ যম সমান॥ ইন্দ্ৰৰ যুদ্ধক যেন, দানব সেনায় ধাইল, ৰামৰ আশ্ৰম পাইল। দূৰতে অপাৰ সেনা, আসে দেখি ৰামচন্দ্ৰ, লক্ষ্মণক সম্বোদ্ধ কহিল,