পৃষ্ঠা:অৰণ্য কাণ্ড.pdf/৬৪

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৬২ অৰণ্য কাণ্ড। জগত মঙ্গল নিৰ্মিল যাব নাম। কীৰ্ত্তনতে দেই ধৰ্ম্ম অৰ্থ মোক্ষ কাম নামত বিশ্বাস নাহি ধৰ্ম্ম কৰে যত। সফলে নিষ্ফল হোৱে শাস্ত্ৰৰ সন্মত॥ বিশেষত কলি যুগে ধৰ্ম্ম লুপ্ত ভৈলা। আনাম এৰে যিটো সিটো নষ্ট গৈলা। ৰমিয়ো পৰম ৰাম ৰূপ হৃদি ধৰি। ৰামৰ চৰিত্ৰ শুনা এক মন কৰি॥ ধন জন সুখ নথাকয় নৰ্ব্ব কালে ধৰিয়ো ভকতি মুখ যাৱে আছ৷ ভালে॥ শুনিয়োক যতনে নাৰায়ণ গুণ নাম। গুছোক পাতেক কৰ্ম্ম বোলা ৰাম ৰাম। --- 184 পৰৰ বলৰ জাম্পে | শ্ৰীৰামক যুক্তিবাক। জ্বলন্ত অগনি সম। আপুনি মৰিতে চলে। ঝমুৰি। না তিনিও ভূবন কাম্পে চলে নিশাচৰ ঝাক॥ ৰাক্ষস পতঙ্গ সম॥ ঝাকে ঝাকে কৌতুহল॥