পৃষ্ঠা:অৰণ্য কাণ্ড.pdf/৪২

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

89 অসমীয়া ৰামায়ণ। জলপান কৰি, গৰ্ভতে জাৰিলা, কৰি মহা হৰিজপ ইল্লালে বোলয়, ভয়াই বাতাপি, শীঘ্ৰে আস মোৰ বাপ। অগষ্টি বোলয়, কেনে যেন বোলা, গৰ্ভতে জাৰিলে৷ তাক। হেন শুনি দুষ্টে, খাণ্ডা ধৰি ধইল, অগষ্টিক কাটিবাক -- ছবি। দেখি ঋষি ডেৱ কৰি, খড়গ তাৰ লৈলা কাঢ়ি, ক্ৰোধমানে সংহৰিবে চাইল। চক্ষুৰ অগনি লাগি, ৰাক্ষস দগধ ভৈলা, দেখি মহা হৰিষক পাইল। হেনয় অগষ্টি ঋষি, বৈষ্ণৱতে মহা যশী, ঋষি বৈৰি মাৰি কীৰ্ত্তি থৈলা। এহি কথা কহি ৰামে, জানকী লক্ষক্ষ্মণ সমে, তথাত আশ্ৰম এক পাইলা॥