এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৭৪
অৰণ্য কাণ্ড।
সাক্ষাতে ঈশ্বৰ হুয়া দেখা কেন মত।
সামান্য লোকৰ আৰ কি কৈবো মহত্ত্ব॥
ৰাম বিলাপ দেখা কেনে নৰনাৰী।
খণ্ডোক দাৰুণ শোক বোলা হৰি হৰি॥
⸺ ০ ⸺
ঝুমুৰি।
হৰি হৰি প্ৰাণেশ্বৰী। |
সীতা মোৰ সইতৰী॥ |
সাক্ষাতে ঈশ্বৰ হুয়া দেখা কেন মত।
সামান্য লোকৰ আৰ কি কৈবো মহত্ত্ব॥
ৰাম বিলাপ দেখা কেনে নৰনাৰী।
খণ্ডোক দাৰুণ শোক বোলা হৰি হৰি॥
⸺ ০ ⸺
ঝুমুৰি।
হৰি হৰি প্ৰাণেশ্বৰী। |
সীতা মোৰ সইতৰী॥ |