কেতিয়া প্ৰভাত হ’ব সি মহাদিনৰ যিদিনা উঠিব জাগি লুপ্ত জাতীয়তা! অসমে বন্ধন ছিঙি পৰ-দাসত্বৰ উদ্ধাৰিব লুপ্ত কীৰ্ত্তি, লুপ্ত স্বাধীনতা!
অন্ত