পৃষ্ঠা:অসমৰ বুৰঞ্জী গোহাঞি বৰুৱা.djvu/৯৯

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

স্বৰ্গদেৱ চুংফা ওকে অসিংহ দখল বিস্তাৰ কৰিবলৈ আগ বাঢিলে; তাৰ ফলস্বৰূপে ইংৰাজ কোম্পানিয়ে (“ইষ্ট ইণ্ডিয়া কোম্পানি) বোম্বাই, মাদ্ৰাজ, কলিকতা, কাচিম বজাৰ প্ৰভৃতি ঠাইতভালকৈ খোগনিপিটি ললে। আক, সেই সোণাময় সুযোগতে ফৰাচী কোম্পানিয়েও নাচতে চন্দননগৰ, মাহী, পণ্ডিচেৰি আদি ঠাইত সিবিলাকৰ প্ৰভু স্থাপন কৰি ললে। এনেতে, যাদেশৰ প্ৰখ্যাত নৰাৰ চিৰাজুদ্দৌলাই বঙ্গদেশৰপৰা বিশেক বা কৰিবৰ অভিপ্ৰায়ে, ইংৰা কোম্পানিক কাচিমবাজাৰৰপৰা ৰণত হৰুৱাই খেদি নি, কলিকতাত হেচি ধৰিলেগৈ। কোম্পানি সৈন্য ৰণত ঘাটি সৰহভাগ পলাই সাৰিল; বাকী ১৪৬ জন ইংৰাজক বায় নসৰকা আন্ধাৰ কুঠৰী এটাৰ ভিতৰত ঠাহখুবাই সুমাই খোৱা হয়; পিচদিনা পুৱা তাৰ ভিতৰত ২৩ জন মাধোন জীয়াই আছিল। ইয়াকে “অন্ধকুপহত্যা” বোলে। এই যুগত “কৰ্ণাটৰ যুদ্ধ, “পলাশৰ যুদ্ধ”, “পাটনাৰ যুদ্ধ”, “পাণিপথৰ যুদ্ধ” এইবোৰ প্ৰধান ঘটনা। এই যুগতে বুজিৰীৰ কৰ্ণেল ফাইৰ ভাৰতৰলৈ আহি প্ৰখ্যাত হৈ উঠে। পাচত, তেওঁ লৰ্ড খিতাপধাৰী হৈ, বঙ্গৰ গৱৰ্ণৰৰ পদলৈ উঠিছিল। বাস্তৱতে, লৰ্ড ক্লাইৰ এজন অসাধাৰণ ৰাজনৈতিক পুৰুষ আছিল। স্বৰ্গদেৱ চুন্যেউফা বা লক্ষ্মীসিংহ স্বৰ্গদেৱ ৰাজেশ্বৰ সিংহ স্বৰ্গী হোৱাত, লেচেঙ্গিয়াল বৰপাত্ৰ গোহাঞি, কুৱৈগঞ। বুঢ়াগোহাঞি, মাদুৰিয়াল বৰগোহাঞি (১), বকতিয়ালৰ গেলো (পাত কীৰ্তিচন্দ্ৰ) বৰবৰুৱা, দিহিঙ্গীয় ঢোলপেটা নাওবৈচা ফুকন, দুৱৰাৰ জীয়া ভিতৰুৱাল ফুকন, পুথাও ডেকাফুকন, ৰূপ-সন্দিকৈৰ দিহিঙ্গীয়া ফুকন, মাদুৰিয়ালৰ বলিয়া ন-ফুকন, মৰাণৰ গগাহাঞিবৰুৱা, বকতিয়ালৰ ৰাজনেওগ এই সকল পাত্ৰ-মন্ত্ৰীয়ে পৰ্যালোচনা কৰি, ৰাজেশ্বৰসিংহ বৰ্গদেৱৰ ভায়েক নামৰূপীয়া ৰা গোহাঞিদেৱক দেৰগাঁৱৰ বাহৰতে ৰা পাতিলে। তেওঁ কালশিণীয়া গোহাঞিদেৱ নামেৰেও জনাজাত। তাৰ পাচত, সেই ১৬৯১ শক বা ঐঃ ১৭৬৯ চনত নামৰূপীয়া ৰজা গোহাঞিদেৱে শিঙৰিষৰ উঠি, আহোম ৰাজপাটত বহি, আহোম মতে চুতেউফা আৰু হিন্দুমতে লক্ষ্মীসিংহ নাম নয়। বলা হৈ স্বৰ্গদেৱে মালিউজনা গোহাঞিদেৱ আৰু সৰুজনা গোহাঞিদেৰ এই আয়েৰু দুজনা, ভবিষৎ উৎপাত-অশান্তি ধীজ মাৰি যোৱাৰ উদ্দেশে, নামৰূপলৈ শেটি তে দুইকো ঘূণ লগাই থলে (২)। নোলাই-লক্ষীসিংহ কোঁৱৰ ক'লা বৰণীয়া ৰাৰে পিতৃ আৰু জৰীয়া সকলৰ নাদৃত হৈ, যামানন্দ ভট্টাচাৰ্য নামেৰে অধ্যাপকৰ বহুত ভাৰ-দীঘল হৈছিল। • “পশিপথৰ যুৱৰ ফলেই হিন্দু পতনৰ ফালে প্ৰত্যক্ষ ঢাল খুৱায়। ৫) শ্ৰীসিংহ কোৱক ৰা পল অন্তত গোহাঞি ডাখৰীয় পোমতে অত হৈছিল তেওঁ আমেসি মেয়ৰ পুত্ৰক হে মনোনীত কৰিছিল। কাৰ, মতি ও নে। ডল ই পাই মা পা পাখি গুলি লিগিনি, সেই ভাইৰপতিইলি। of Aw, is, (২ বিল বা ব্যাকৰ “ ল।