পৃষ্ঠা:অসমৰ বুৰঞ্জী গোহাঞি বৰুৱা.djvu/৯৮

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অসমৰ ফুল ক্ষমতাও অপৰিমিতকৈ বাঢ়িবলৈ ধৰিলে (১)। সেই কথাত ভা-ডাৰীয়া, ফা-ফুকন, ৰ-ৰাজখোৱা আৰু আন আন বিষয় সকলো পেটে পেটে অসন্তুষ্ট হৈছিল। সেই আপাহতে কীৰ্ত্তিৰ বৰবৰুৱাক বধ কৰিবলৈ যড়যন্ত্ৰ চলিবলৈ ধৰে। ৰংপুৰ নগৰত ১৮৫শকৰ কাৰ্তিক মাহত কীৰ্তিক কোনোবা চৌৰে পিচৰপৰা ভিজিত গাৰে বা মাৰিলে, কথমপি নলি নিছিগিল। টেকেলা বৰাই সেই চৌক সাবট মাৰি ধৰি ৰাখিলে;সি এটা নাজিৰাটীয় গণক, নাম ৰতিকাত। (২) স্বৰ্গদেৱে তা-ভয়কৈ ইয়াৰ বিচাৰ কৰিলে। মণ বুঢ়াগোহাঞি ফৈদৰ নব্যৈাফুকন, ঘৰফলীয়া বৰুৱা, সুখুৰাখনৰ টকীয়াল বৰুৱা এমুখ্যে ভালেমান বিষয়ক অপৰাধী পাই আটাইকে স্বৰ্গদেৱে সমুচিত ও বিহিলে। তাৰ পাচত, সেই আপাহতে, মাদুৰিয়াল বৰগোহাঞি ডাক্ষৰীয়াই “চকৰি কেটী” নামেৰে এখন বুৰী উলিয়াই তাত বকতিয়ালৰ ঘৰ অলমবটা' বুলি প্ৰচাৰ কৰে (৩)। তদুপৰি, এদিন কীৰ্তিচন্দ্ৰ বৰবৰুৱাই কাড়ী-কাকত পৰী কৰোতে এটা কঁাড়ী লেখত নাপাই বিচাৰ নাৰ কৰালে, কিয়নো কঁাড়ী গোপন গুৰুতৰ অপৰাধ। পিচে, এনেতে এখন বাই মৰণত শৰণ দি এই বুলি আঁঠু ললে, “দেউতা ঈশ্বৰে। লেখিছে; গা লেখিলেই হেৰোৱা কঁাড়ী ওলাব। ” বুদ্ধিমান বৰবৰুৱাই বুজি উঠিল যে তেওঁ নিজেই সেই ঝড়ী; তেওঁ কাড়ী-কাকতৰপৰা নাম নকটোৱাকৈ,আৰু চমুৱা নোহোৱাকৈয়ে কাড়ীৰপৰা পিয়াই বিষয়ালৈ উঠিছিল। এইবোৰ কথাত অপমান পাই, আগলৈকো তাৰ অই মাৰিবৰ অৰ্থে, কীৰ্তিচন্দ্ৰ বৰবৰুৱাই, ৰাজ-অজ্ঞাৰে সৈতে, যাৰ ঘৰত যি বুৰঞ্জী আছিল, আটাইবোৰ নাই গোটাই লৈ ভালেমান লাগতিয়াল বুৰঞ্জী পুথি পুৰি ছাই কৰিলে! কীৰ্তিচন্দ্ৰ ৰৰ যদিও নিজৰ বুজি বলেৰে বৰ মানুহ হোৱা এজন বিচক্ষণীয়া ৰাজনৈতিক পুৰুষ আছিল, তথাপি এই বুৰঞ্জী পোৰ আখ্যাতি ছাই-চেকা তেওঁৰ জীৱন-চৰিতৰপৰা মচিলেও মচা নাযায়! সমসাময়িক ভাৰত বুৰীৰ কথা :—এই যুগতে মোগল ৰাজক্ষমতাৰ অধঃপতন হয়। সম্ৰাট আওৰেৰেৰ মৃত্যুৰ পাচত, ৰাজপাট লৈ মোগল উত্তৰাধিকাৰীবিলাকৰ মা মোকামোৰা লাগি সিবিলাক ক্ৰমাৎ দুৰ্বল হৈ পৰে। সেই ছেলে শাহ, ২ শিবাজী, বালাজী বিশ্বনাথ, ৰাজীৰাও প্ৰভৃতি হিন্দু ৰাজকোৱৰসকলে মূহমানৰ বিৰুদ্ধে উঠ, কোলাপুৰ, চেতা, হায়দৰাৰা, মহাৰাষ্ট্ৰ এইবোৰ ৰাজ্য স্বাধীন কবি ভোল; সিবিলাকৰ সহানুভূতিৰ বলতে পছি ভাৰতত ৩ট, গোয়ালিয়ৰ এভৃতি ৰাবোৰৰ এখীন হৈ উঠে। ইতিমধ্য পাৰদেশৰ ৰা নাৰীৰচাৰে ভাৰতবৰ আক্ৰমণ কৰি নোগল বৰ ভৰপৰা দিয়ীকে আদি কৰি ভালেমান আল কাটি নয়হি। , ইতিহেগতে ইউৰী ৰেপেৰুৱা ৰামৰে সৈতে ইংৰা ফী কোম্পানিয়ে নিৰিলাৰৰ (১) “বিয়েপতি একোজনকৈ কী বৰ এগ উন না। আযেৰু মা কে চদা মলম লা এলে নি চুল যখন মুখ কাকে আগত ৰা, পেল আৰো বলে- ( নিমফুল, পা। (৩) বিল-খালি গোহাৰি দিকে মুখ খুলি।