পৃষ্ঠা:অসমৰ বুৰঞ্জী গোহাঞি বৰুৱা.djvu/৯১

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বৰ্গদেৱ চুংকা ওয়েসিংহ (১) বিশেষ বাপ, আৰু বুৎপত্তি ছিল। ধ, সমাস, সাহিত্য আৰু শাসনসংক্ৰান্ত ভিত সংস্কাৰৰ লগে লগে স্বৰ্গদেৱে লাজ-পাৰ (১) আদিত বিদেশীয় বাহিৰা সংস্কাৰে পাখিছিল। তেওঁৰ দিনৰপৰা অসমীয়া মানুহৰ আগৰ সাজ-পাৰ আৰু গঢ়-গতি আদি অলেমান পৰিবলৈ ধৰে; বিশেৰ হাতে খনিকৰী আৰু কাৰকৰী কাৰ্য কৰোৱ হয়। “বাল হাতে ৰংপুৰত হেৱালীঘৰ, টোবাৰীত অলাভল-ঘৰ সজোৱা হল। (২) | কলিং স্বৰ্গদেৱ অতি ধীৰ অভাৱৰ সুদূৰদৰ্শী ৰজা আছিল। তেওঁ নিজৰ বিবেচনাৰে শগ ৰা মিছা ঠাৱৰ নকৰাকৈ আনৰ লগৰীয়া কোনো কথাত পতিয়ন নগৈছিল। স্বৰ্গদেৱৰ ভায়েক লেচাই গোহাঞিদেৱৰ বিদ্ৰোহিতাত গঢ়ি লৈ, তেওঁৰ বিৰুদ্ধে পাল-মন্ত্ৰীসকলৰ অনেকে অনেক একাৰে লগনীয়া কৰা লগাইছিল। কিন্তু স্বৰ্গদেতে সেইবোৰ কথাত পতিয়ন নগৈ, ভায়েকক মান- মাৰে সৈতে নামৰূপীয়া ৰজা পাতি ৰাখিলে। ৰুদ্ৰসিংহ মহাৰজাৰ দিনৰপৰা বামুণৰ প্ৰতিপতি বিশেষকৈ বাঢ়ি উঠে। স্বৰ্গদেৱ যদ্যপি এজন প্ৰতাপী ৰা আছিল, তথাপি আহোমৰ আগৰ ৰাজকীয় ৰীতি-নীতি লৰাই, পূজা-সেৱা আদি ধৰ্ম-কৰ্মত ৰজাৰ মনোযোগ এৱল কৰাত, পাচলৈ ৰাজকাৰ্য শিথিল হ'বলৈ ধৰিলে; আহোম ৰাজক্ষমতা পতনৰ মূলত ইও এটা ধাই কাৰণ। বৰ্গদেৱ ৰুদ্ৰসিংহৰ চাৰি গৰাকী কুঁৱৰীৰপৰা শিৱসিংহ, প্ৰমত্তসিংহ, মোহনমালাকে, ৰাজেশ্বৰসিংহ আৰু লক্ষ্মীসিং নামেৰে পাঁচজনা কোৱৰ আছিল। বৰ্গদেৱে ৰৰপুল শিৱসিংহক যুৱৰাজ পাতি থৈ, গঙ্গানদী ভিতৰ কৰি নিজৰ ৰাজ ৰচাৰৰ অৰ্থে সসৈতে ভটিয়াই গৈছিল। পিচে, বাটতে নৰিয়া পৰি, গুৱাহাটীত, এ ১০১০ চনত, ১৬৩৬ কৰ তা মাহত, মহাৰজা ৰুদ্ৰসিংহ অগী হয়। বৰ্তমান গুৱাহাটীত যিটো ৰুদ্ৰেখৰ শিৱমন্দিৰ আছে, সেই মন্দিৰ ৰুদ্ৰসিংহ মহাৰজাৰ সোঁৱৰণ ৰখাৰ উদ্দেশ্যে, পাচত পুতেক এম সিংহৰ ৰাই প্ৰতিষ্টিত হয়। স্বৰ্গদেৱ চুনকা বা শিৱসিংহ মহাৰজা সিংহ অগী হোৱাত, তেওঁৰ বৰপত্ৰ শিৱসিংহ কোৱৰ : ১৭১০ চনত, শিৰিৰ উঠি আহোম থামতে চুতনুফা নাম লৈ ৰা হয়। এই গত পুখুৰীপৰীয়া বা গাউত গোহাৰি বুঢ়াগোহাঞি, তেৰে পুতেকক ডিগগাহাঞি, পাতৰ ৰষন, ( () মোগল সম্ৰাট আদিৰে “মোগই” পাৰি অসিত গলেজে এমত পোল হাত কৰে। বৰ্তমান গাৰে-কুঞেতাওনাদিত গান-বায়ন আৰু পুষাৰে ব্যৱহাৰ কৰা “আমি তাৰেই আই | ০ ১ পৰে যজাল যাতে যংপুৰত হোলীন সালে। টোষাঙ্গীত লালঘৰ সজলে। ফল পাই এৰ, মলে। গজল , পাম, পিতলে। সকালে কোপ দিল। সলিলবণ গালি গালাগা কেটে যোব এই তা নাই তো, আপোমা নে। এৰি, যেনে জালাল ল এই যা কোন কাজ।