পৃষ্ঠা:অসমৰ বুৰঞ্জী গোহাঞি বৰুৱা.djvu/৯০

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অসমৰ বুৰী কপিলীৰ ৰাটেনি অভিযান পঠাই, ভেমেৰা আৰু মাইবাং এই দুই কছাৰী নগৰ খল কৰালে। এনেতে, কছাৰী ৰজা তাম্ৰবল পলাই অয়াত সোলগৈ। জয়ন্ত ৰা ৰামসিংহই “শৰণাগত এৰিৰ নোৱাৰৰ বোলাত, তেওঁকে ধৰিবৰ যুগতি কৰা হ'ল। সেইমতে, আহোম অভিযানে কছাৰী ৰজা তাম্ৰধ্বজ সমন্বিতে জয় যা ৰামসিংহৰ ধৰি, গোভাৰ বাটেদি নি, বিশ্বনাথত স্বৰ্গদেৱক অৰ্পণ কৰিলে। পাচ, দুয়ো ৰাই বৰ্গদেৱৰ চৰণত শৰণ মাগিলে। বৰ্গদেৱ সিংহই কছাৰী আৰু জয়া ৰাজ্য আহোম ৰাজ্যৰ চামিল কৰি (৩), বিশ্বনাথত, ঐঃ ১৭৮ চনত, দৰবাৰ পাতি (২), মণিপুৰ, হট, কমতাপুৰ, বৰং প্ৰভৃতি আনে আনো ৰাজ্যৰ মিত্ৰ আৰু শৰণীয়া তবৰ্গকে। নিম দি অনাই লৈ, কাছাৰ আৰু জয়ন্তাৰ ৰজা সমন্বিতে সকলোৰেপৰা যৰিধি ওলগ লৈসিবিলাকক মিত্ৰ আৰু শৰণীয়া ৰা কৰিলে। তাৰ পাচত, ভাজ আৰু ৰামসিংহ ৰজাক লগত লৈ, স্বৰ্গদেৱ ৰংপুৰ নগৰলৈ উলাই আহিল। ৰংপুৰতে নৰিয়া পৰি ৰামসিংহ ৰজা ঢুকাল। বা অভিমানস্বৰ্গদেৱ ঢাকালৈকে সীমা বঢ়াই ৰজাগড়াৰপৰা ভাটী ৰাজ্য মাৰিবলৈ মন কৰিলে। “বৰপাত্ৰগোহাঞে তাতে ভৰ দি ক'লে, বোল, কতীয়া-গঙ্গা- সীমা কৰি আমাৰেহে ৰাজ্য। নিজৰ সীমনা ৰাখি ৰাজ্য লোৱাহে যুগুত। বুঢ়া- গগাহাঞে সেই কথাত আসোঁৱাহ দেখুৱায়। তথাপি, বৰুৱা-ফুকনাদিৰে সৈতে লোকজন | লৈ গৱে ৰ আক্ৰমণ কৰিবলৈ বুলি অভিযান কৰিলে। * পাচে, বৰদুৱাৰমুখৰপৰা লুইতলৈকে ৰালিৰ দুয়ো কাযে খলা চিকনাই, ৰাইজৰ আশীৰ্বাদ লৈ বাহৰ কৰি ৰওঁতেই, তাতে গদেৱ নৰিয়া পৰাত, অভিযান স্থগিত থাকিল। ” (১) আয়তয়া বিজোহ-১৭৮ খ্ৰীষ্টাৰত জয়ন্তীয়া ৰাজ্য আহোম ৰাজ্যৰ চামিল হোৱাৰ পাচত, খৈৰামৰ ৰাক নেতা ৰূপে লৈ, দয়াৰ প্ৰধান প্ৰধান বিষয়াবিলাকে এটা বৰ ভাৰ বিদ্ৰোহ উপস্থিত কৰে। জয়াবাসীবিলাকে আহোমৰ বৰবৰুৱা আৰু বৰফুকনৰ কোঠ আক্ৰমণ কৰি সিবিলাকক এক প্ৰকাৰ পৰাস্ত কৰিছিল; এনে সময়তে স্বৰ্গদেৱে সসৈতে বুঢ়াগোহাঞি ডাক্ষৰীয়াক সহায় পঠিওৱাত, তিনিওজন আহোম সেনাপতিয়ে লগ লাগি বহু প্ৰবন্ধেৰে বিদ্ৰোহ থমাই জয়ন্তাত আহোম ৰজাৰ প্ৰভুৰ বাহাল খিলে। বিদেশ সাজপাৰৰ প্ৰচলন-সাহিত্য আৰু সঙ্গীত (২) স্বৰ্গদেৱ সিংহ | "Envoy announcing that the chori and into findom. bad be onsored to dominion of Ahon Roja were sent to hit a tho Mohonadon Puja a h , wa০, 1 in wild, md ourteous roy. sir award Gi, Mos of Mon Pai, | The khari and Jointia Rja joined bin any with long and ipcco follow, r ootival ord oo Data motion o ১. nor o ho Dra ০ -৫ "Eistory of Assam, 181. (১) এ বিষৰ খুনী যুঞ্জী, পৃ। (২) অসিত বলে বিবেচনা কৰাৰেীৰ গীত কেইবাটাও না পুতি