পৃষ্ঠা:অসমৰ বুৰঞ্জী গোহাঞি বৰুৱা.djvu/৮৯

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বৰ্গদেৱ চুংফা ওৰফে সিংহ(১) অপৰাধৰ বাবে ঘনশ্যাম নিজ দেশলৈ উলটি যাৰলৈ এৰি নিছি, “অনমত বলী কৰি খা হয় (১)। মৰাৰৰ পৰিয়াল- ১৬৮৩ চনত ৰঙ্গামাটিৰ নবাৰ মলখাৰ আক্ৰমণ গৱে গদাধৰ সিংহই ওফৰাই পঠিওৱাৰ লগতে, উজনি অসমলৈ মুছলমানৰ সমাগম সম্পূৰ্ণ বহিত কৰা হৈছিল। কিন্তু, সিংহ স্বৰ্গদেৱে মুছলমানৰ লগত ৰাজকীয় স একেবাৰে ছিৰি পেলোৱাটো বিধেয় বোধ নকৰিলে; সেই কাৰণে, অনেৰে গুৱাল- পাৰাৰণ নবাৰৰ পৰিয়াল এটা গড়গাওঁ নগৰলৈ অনাই অভয়পুৰত থিতাপিত হ'বলৈ দিয়ে। তেতিয়াৰেপৰা আহোম ৰজাদিনীয়া বিষয়াসকলৰ খিতাপৰ তালিকাত নৰাৰ খিণে ভুক্ত হয়, আৰু তাৰ পাচৰণৰ উজনি অসমৰ ঠায়ে ঠায়ে অসমীয়া নবাৰৰ পৰিয়াল ৰাঢ়িবলৈ ধৰে। শিৱসাগৰ জিলাৰ অভয়পুৰ মৌজাত “নবাৰৰ পুখুৰীয়ে আজিকোপতি অসমত নবী বিষয়-বাৰৰ চিনাকি দিব লাগিছে। নেচাই বিদ্ৰোহ-১৬২২ শকৰ চত মাহত, সন্দিকৈ ভিতৰুৱাল ফুকন, শান- মাখৰুৰ বৰ, মৰাণৰ বুঢ়াগোহাঞিৰ নাওবৈচা ফুকন, বাইং ডেকা ফুকন, হিলৈদাৰীৰ চেখাম হাজৰিকীয়া, ঘোঁৰাচোৱাৰ লোচন বৰা এই বিলাকৰ ষড়যন্ত্ৰত যোগ দি, সিংহ স্বৰ্গদেৱৰ আপোন ভায়েক লেচাই গোহাঞিদেৱে বৰ্গদেৱৰ এতি স্লোহ আচৰিৰ খুজিছিল। গোহাঞিৰ ফালৰ মেচাগৰীয়া দামোদৰ ফুকনৰ মূখে এই কথাৰ সঙে পাই, স্বৰ্গদেৱে সকলোকে মাৰিবলৈ আজ দিলে। সেই অনুসৰি, বিদ্ৰোহীবিলাকক ধৰাই আনি, ভাঙ্গৰীয়া তিনি জনাই বিচাৰ কৰি সিবিলাকক দোষী প্ৰমাণ পাই স্বৰ্গদেৱত জনালে। স্বৰ্গদেৱে ফুকন তিনিজনক প্ৰাণে নামাৰি বিষয়া আঙ্গি লৈ খেদিলে; বৰা, হাজৰিকীয়া আৰু আনো দুই-চাৰিক প্ৰাণে মৰালে; সকানা লোই গগাহাঞিদেৱক নামকলৈ নিয়ালে। এই অনুক্ৰমে বিদ্ৰোহ মাই স্বৰ্গদেৱে শাড়ি ৰা কৰিলে। কাছাৰ-জয়ন্তা অভিযান আৰু বিশ্বনাথৰ দৰবাৰ ঐ ১৭০৮ চনত, ১৬৩০ শত, কছাৰী ৰজা বলে কটকী পঠাই পাড় সন্দেশ দি, বৰ্গদেৱ ৰুদ্ৰসিংহক জনালে, বোলে, “পূৰ্বৰ আমাৰ মহং সীমা কৰি ৰা; বৰ্গমহাৰজাই মোক এৰি দিয়ক। সেই কথাত স্বৰ্গদেৱে তাৰিলে যে কছাৰী ৰজাই আমাক আগতকৈ হীনবল ভাবিছে; এতেকে, কছাৰী ৰাজা মাৰিবলৈ যোৱা হে যুত। সেই অৰ্থে, স্বৰ্গদেৱে তিনি জনা ছাৰীয়াৰে সৈতে বৰুৱা, ফুকন আদি বিষয়াবৰ্গক লৈ, ভটিয়াই বিশ্বনাথত কোঠ পাতি ৰ'লগৈ। তাৰেপৰা মৰজিৰ নগা চকীৰ বাট দি, আৰু (১) মিল-Gai, “History of Monsm", Pore i71.

  • "In the middle of April (1708 . D.). Budra sinha surroup. x l ho

ch and noon, received Tanradhoj grand durbar instant pupport by po of god and iller

  • For ing out he wreceived a ccond dub, 1 su০ এ।

d o to ple of Bawons, la ado M০ wory o o show or in an , B , 0