পৃষ্ঠা:অসমৰ বুৰঞ্জী গোহাঞি বৰুৱা.djvu/৮৮

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

লৰ কৰ্ম আৰু সু-শাসনৰ লগে লগে, ভালেমান দেশহিতকৰ কাৰ্য্যৰ ৰাই খিলঞ্জীয়া কীৰ্তিচিন ৰাখি চলিছিল। তেওঁৰ মাতৃ জয়মতী কুঁৱৰীৰ সতীৰ কীৰ্তিটি যুগমীয়া কৰিবৰ অৰ্থে, কুঁৱৰীক যতে বাজি শান্তি দিছিল, ত’তে নাগ বহুৱাই তাকে সম মাল কৰি, এ ১৬৯৭ চনত “জয়সাগৰ নামেৰে সাগৰ যেন পুখুৰী খনাই, মহানসকলক আনি উছগি, ১৬৮ চনত তাৰ পাৰত ‘জয়দৌল’ নামেৰে দৌল বলে (১)। জয়সাগৰৰ উত্তৰণাৰে মেটেকাত ৰংপুৰ নগৰ, কাৰেংঘৰ, ৰনাথৰ দৌল, ফাকুৱা দৌল, ডিমৌ আৰু নামৰ শিলৰ সাঁকো (২, খৰিকটীয়া আলি, দুবৰীয়নী আলি, মেটেকাৰ আলি এইবোৰ তেওঁৰ সকৰ ঘাই কীৰ্তিচিন্। তেওঁৰ ৰাজত মাটি পিলৰ বহুল উন্নতি হয়। স্বৰ্গদেৱে ঐ: ১৭•• চনত শিৱদৌল, বিষ্ণুদৌল আৰু জয়দৌল উছৰ্গা কৰাই; জয়সাগৰ পুখুৰীৰ উত্তৰপাৰে ৰংপুৰ নামেৰে এখন বিতোপন নগৰ পাতিলে। ঘনশ্যাম খনিকৰ:-ভাল পকী ইটাৰ পকীঘৰ আৰু নগৰ সজাবলৈ আগ্ৰহ কৰি, মহাৰজা ৰুদ্ৰসিংহ স্বৰ্গদেৱে কোচবিহাৰৰপৰা ঘনশ্যাম নামেৰে এজন সুনিপুণ খনিকৰ অনাই লৈ, ৰংপুৰত নতুনকৈ ন-ধৰণেৰে এখন পৰিপাটিকৈ নগৰ পাতে। নিজৰ উদ্দেশ্য সিভি হোৱাৰ পাচত, অৰ্গদেৱে ঘনশ্যামৰ হাতৰ উত্তম কাকাৰ্য্য দেখি সন্তুষ্ট হৈ তেওঁক সমুচিত বঁটা দি বিদায় দিয়ে। কিন্তু, ৰংপুৰ এৰি যাওঁতে বাটত ঘনশ্যামৰ হাতত গুপ্ত অভিসন্ধি এখন কাকত ধৰা পৰে; তাত আহোম ৰজাৰ নগৰৰ চিত্ৰপট আৰু প্ৰজাবিলাকৰ ভিতৰুৱা কথাৰ বিষয়ে বিস্তাৰিত বৰ্ণনা লিখা আছিল। বিশেষ অনুসন্ধানৰ দ্বাৰাই জনা গ'ল যে মুছলমান ৰজাৰ দ্বাৰাই আহোম ৰাজ্য পুনঃ আক্ৰমণ কৰাৰলৈ তেওঁ সেইবিলাক তথ্য যুগুত কৰি লৈছিল (৩)। সেই | (১) আগলে অসিংহই বাজপাটত উঠিয়েই মাতৃ জয়মতীৰ কীৰ্তিগাপনৰ দিহা কৰে। অতী হীৰ তপত কোৰ হেঁচাত বি লোপা কোট-কোবা গত হাউলি গা হৈছিল, তাকে কেন্দ্ৰ কৰি তেওঁ এটা সাগৰ নে পুখুৰী নায়; পুখুৰীটো কুৰী পূৰা; কোট-টোৰ গছতে নাগ বহু; সোণ- পতাম- ডাল-ভাৰ গাগৰী সজাই থলে। সাগৰীবোত সেই থাৎ ভাষাতেও। হিন্দুমতে পুখুৰী উগাল। দেই সকলেও আহোম মতে উছাৰিলে। ব্ৰাহ্মণ, মত, দেওবাইক একোটা একোটা গাখী গান দিয়া হয়। এজন যাপুৱে এটা পাৰৰ সকলো ৰূপৰ সাগৰী পাবলৈ গদেৱত জনালে। প্ৰাৰ্থনা শৰু হল। কিন্তু, তেওঁৰ ঘৰ আজিও আক্ৰোহী ভট্টাচাৰ্য বোলে। ” -“পুৰণি অসম যুঞ্জী। | (২) অতি আছে, নামড়া শিলৰ সৰ একেতিৰ ভিতৰত যক্ষাই উনিও। "Woeording to wade the bridge ove the Amdans rive was constructed by worknon imported from Bengal v the local namon did no poor the nece kill (Annual Asiatic Register, 1805, quoted by Sir Edward Gaib. daies"Bino of som, page 181. | (৩) “সাগৰ পুখুৰীৰ পহিমপাৰ গৱৈ কাৰত যি নাম-শিষ” (চিত্ৰালয়) পাশে বৈ, তাতে তা খৰি মাৰ ফাললৈকে ৰী কৰি ৰা হৈলি। অটোৰ সিসিটিনি টিচিত।