পৃষ্ঠা:অসমৰ বুৰঞ্জী গোহাঞি বৰুৱা.djvu/৭৭

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


গৰে চুং নাৰায়ণ। পোনতে কেইদিনমান তেওঁ মেটোত ৰগ ৰগোহাৰীৰ ঘৰত হৈছিলগৈ। তাৰ পাত সহায় বিচাৰি তেওঁ নগা পৰ্বতৰ ফালে যায়গৈ। গা কোৱৰে তেওঁৰ ভাৰ্যা জয়মতী কুঁৱৰীক নাই আৰু লেচাই নামেৰে দুটি পুত্ৰৰে সৈতে ঘৰত এৰি গৈছিল (১)। ইফালে গদাপাণিৰ সন্ধান বাতৰি নাপাই ল'ৰাৰ ভয়ত বিল হ’ল। পিছে, তেওঁৰ ভাৰ্য্যা জয়মতীয়ে অৱতে সেই সান মানে বুলি ভাৰি, তেওঁক বাৰৰ সোধা হয়, কিন্তু জয়মতীয়ে তাৰ সঙ্কেতে নিদিলে। গতিকে, এয়মতীক শান্তি দি গদাপাণিৰ বাতৰি উলিয়াবলৈ ৰাই আজ বিলে। কি, সেই শান্তি অ দেখুৱাতো জয়মতীৰে স্বামী সন্তান দিবলৈ পাৰ্লে এবীকাৰ কৰিলে। তাৰ পাত, জানুসৰি চোৱা চাওয়াতে ফুৰীক জেৰেঙা পথাৰলৈ নি, তাতে কেণীয়া খুটাত বাজি, নানা শান্তি কৰি গদাপাণিৰ বাতৰি সোথ। কিন্তু, এমতীয়ে নীৰৱে সকলো যন্ত্ৰণা সহি থাকে, তথাপি নিৰ দ্বামীৰ সম্পৰ্কে এৰাৰে এটি কথাকে নকয়। নিতে নন শান্তি উলিয়াই চাওভালে জয়মতীক ছয়-সাতদিন একেৰাহে শান্তি কৰিও তেওঁৰপৰা গদাপাণিৰ বাতৰি উলিয়াব পৰা নাই, জয়মতীয়ে গদাপাণিৰ কথা নকয়। পিচে, সেই শান্তিৰ বাতৰি নগা পৰ্বত আতৰি থকা ঘৰ গছৰ পাতৰে কৰি কাল যাপন কৰি আছিল। * * * (ভাতে লৈ ৰাৰ মাগুৰ বেলি বাত, ভাৰ্যাৰ কাকুতিতে গপাণি অকলে জাতৰ হোৱাত) নিৰ্দয় শোৰু গাৰু ৰি পাতি কৰিব কৰিলে। ”—য়া যৱাৰ আসাম যুগ” ৫৬০ পৃ। কিন্তু, এই বিঙি আৰ কোনা বুৰঞ্জী বাতিত পাবলৈ নাই। | (১) দুতিন হাজৰিকীয়াৰ “অসমৰ পশুতীত” সতী-গদাপাণিৰ শীয়ৰী এটি বাদানুসাৰে চাওভাজে শান্তিতে মাৰিলে;যেনে, বা বোল হো নাপাইলি২ি কিৰি ঘূৰি। কৰি আন ৰাই Fত্ৰীবি একখানি গাছ বহু না। পিতৃৰ আহিলা ঘোতে সে। ” “কুমাৰীকে শান্তি মাতৃৰ লগত। লেখায়া দিয়ে তোমাসাৰ পিতৃ কৈত। ” “ভৈলে মায়া দিও কৰে ধৰি। সহিৰে কিমতে তিনি বিলে গৈলা গৰি। ” -বায়বাহাদুৰ সুৰ্যকুমাৰ ভূসম্পাদিত দুতিন অকাৰ হাজৰিকীয়া ৱিটিত অসমৰ পৰী ”, ১৩-১৪ পূজা। গৰুৰঞ্জীত লাইলাইকোথা দিয়া যাই। যেনে- আয়ু পাত লৈ পৰলোকে গলা। লাইলোই দুই পুত্ৰ বৈলা ভাৰ। ” -লজ, পা। একে, এতে যদি আজ গণি সিল লত; ফিজিক যুঞ্জীমূলক , গৰকৈ কৰ পৰা নাই এমন।