পৃষ্ঠা:অসমৰ বুৰঞ্জী গোহাঞি বৰুৱা.djvu/৭৬

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

মনৰ ১৩ আক্ৰমণ বা মা - চুতাৰ ৰাজ্যৰ কাণত মুছলমানৰে সৈতে যি বিবাদ লাগে, সি চো হবলৈ নৌ পাওঁতেই, ইফালে এন আৰ অপৰত্যুত আন এজন সিংহাত উঠাৰ উৎপাত লাগিল। সেই হেগতে মূলমানে আকৌ আহোম বা আক্ৰমণ কৰেহি। সিফালে লালুকোেলা কনে মাটিৰ নাম নবাবক গুৱাহাগৰ সৰ্ত্ত এৰি দি আহি, চক্ৰান্ত কৰি চুতে অৰ্গদেৱক বধ কৰাত, আনো সকলো ভাঙৰীয়া বিষয়াই তেওঁকো তেনে চক্ৰান্তেৰেই বধ কৰালে। এনে অৱস্থাত, ভাৰধৰাৰে নতুনকৈ বৰফুকন পাতি মুছলমানৰ লগত যুঁজিবলৈ পঠিওৱা হৈছিল। পিচে, তেওঁ মুছলমানক খেদিবলৈ অক্ষম হোৱাত, তেওঁক দি শানখৰ চেটিয়াৰ বৰ ৰাজখোৱাক বৰফুকন পতা হ’ল। বৰ বৰফুকন এজন ৰাহৰণী আৰু যুদ্ধবিষ্যত পৈণত পুৰুৰ আছিল। তেওঁ বিষম বিক্ৰমেৰে মুছলমানৰে সৈতে ৰামাটিত ৰ দিলেগৈ। বৰ বৰফুকনৰ বিক্ৰম সহিব নোৱাৰি হলমান সেনা কাপ এৰি পলাবলৈ বাধ্য হ’ল। সেই ৰণত সম্পূৰ্ণ জয়লাভ কৰাৰ বঁটাৰূপে, বন্দক গুৱাহাটীত নিগাজিকৈ বৰফুকন পাতি ৰখা হল। | অতীৱৰ (১)-ডেৰে বৰবৰুৱাক বধ কৰাৰ পাচত, বৰ্গদেৱ চুলিফা ৰা ল'ৰা-ৰজাক যদিও তা-ভাৰীয়া আৰু বিষয়াসকলোৱে ৰা বুলি মানি লৈছিল, তথাপি তেওঁ আগৰ ৰজাসকলৰ ভাগ্যফল স্মৰণ কৰি, সততে নিজৰ অকাল মৃত্যু না কৰি আছিল। সেই সময়ত ৰা হ'ব পৰা ফৈদবিলাকত ভালেমান কোৱৰ আছিল। গতিকে, মীসকলে তেওঁলোক খাটনি এৰাব নোৱাৰি, এজনক বধি আন এজনক বা পাতি উৎপাত লগাইছিল। যোৱা ৯ বছৰৰ ভিতৰত সেইদৰেই কেইবাজনো কোৱৰৰ অকাল মৃত্যু হয়। সেই কাৰণে, ল’ৰা ৰজাই এনে আশঙ্কা সচ মাৰিবৰ নিমিতে ৰজা হ’ব যোগ্য কোৱৰবিলাকক চোৰাংচোৱা লগাই ঘুণীয়া কৰি ৰাৰ অযোগ্য কৰিবলৈ ধৰিলে। পিচে, তুংখুনীয়া ফৈদৰ গোবৰৰজাৰ পুতেক (১) লাগিদাপাণি এজন বৰ বাহুবলী কোৱৰ আছিল। আন আন ফৈদৰ কোৱৰ কঠিয়া মাৰি, ল' ৰাই গদাপাণিত চকু দিয়ে। তেওঁৰ ওচৰত কিন্তু চোৰাংচোৱাৰ কৌশল নৰছিল। তেওঁ এনে বাহুবলী আছিল যে দুজন চাৰিজনে তেওঁৰ কাৰ চপাই টান। সেই কথাত ল’ৰাৰজা অতিশয় আশঙ্কিত হৈ, গদাপাণিক ধৰিবলৈ সৰহকৈ ৰণুৱা মানুহ পাচিলে। মহাৰাহবশী গদাপাণিয়ে সিমানতো কেপে, নকৰি ফেৰ পাতি ধৰিছিল; কি শেহাৰত, নিজৰ ভাৰ্যা আৰু আত্মীয়- কুটুদিৰ প্ৰেৰণাত তেওঁ অগত্যা অকলে নগৰ এৰি আঁতৰিবলৈ বাধ্য হয় (২)। (১) “কুখীয়া বুৰঞ্জীৰ ১৩ পৃষ্ঠাত সৎ গজাৰৰ সিংহ মহাৰৰ ভিংখাং নামেৰে নামত উ বৈ ই মে এ বাৰি গ'ল” নোগা হৈছে; ইয়াৰপৰা আমাৰ ম নে গাণি ভালেক যা ককায়েক এম আছিল। আকৌ, ১০ পৃষ্ঠাত “বুঢ়াফুন তাই অলা গোছই গাচা মলি বোলা;ৈ কোনোৰ এভী গদাপাণিৰ এই পুত্ৰ লাই আৰু লোই। শোয়ানোকে সেই গোহাঞি বুলি কয়। ( () যা যা মুমতে, গণি তেওঁৰ তা অঙ্গীক গত লৈ পলাইলি। পেলাই লৈ ‘লে তা পা সতি এই ত স লি; অত এ স