পৃষ্ঠা:অসমৰ বুৰঞ্জী গোহাঞি বৰুৱা.djvu/৭১

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


স্বৰ্গদেৱ চুৰা নাৰায়ণ কৰি ধৰি আনি গড়গাঁৱলৈ পঠিয়ালে। তাতে সিবিলাক দুইকে বধ কৰা হয়। মুছলমানৰ সকলো অগ্ৰ-শস্ত্ৰ বৰফুকনৰ হাতত পৰিল। ১৬৬ খ্ৰীষত সেই ৰণৰ সামৰণি পৰে, ফলত গুৱাহাটী পুনঃ আহোম ৰজাৰ দখললৈ আহে। এই সংবাদত মহা অভিমানী আৰেৱে বাদাহ অগ্নিৱত জলি উঠিল। অধিপতি ৰা ৰামসিংহৰু ৩০ ঘেণ-ৰণুৱা, ১৮••• মাটি ৰণুৱা, ১৫••• কোচবিহাৰৰ কাড়ী সৈন্য দি, আৰু নচৰত খা, ৰঘুনাথ সিংহ, ৰচি প্ৰভৃতি কেইবাজনো সেনাপতিৰ ওপৰত তেওঁক প্ৰধান সেনাপতি পাতি, বিপুল আয়োজনেৰে অসম দেশ আক্ৰমণ কৰিবলৈ পাচিলে। ইফালে অগদেৱ চক্ৰধ্বজসিংহয়ে বছাবছ কাজু আহোম সেনাপতি আৰু বিহুৰ সৈন্য- সামৰ ওপৰত লাচিত ঘোঁৰা-কোৱৰক বৰসেনাপতি পাতি, মুছলমানৰ আক্ৰমণ ওফৰাবলৈ গুৱাহাটীত সাজু কৰি ৰাখিলে। বৰসেনাপতি লাচিত ঘোঁৰা-কোৰৰ শৰাইঘাটত এটা ভালকৈ কোঠ মৰাই সৈন্য-সামন্ত লৈ মুছলমানক প্ৰতীক্ষা কৰিলে। ৰামসিংহৰ সসৈন্যে গুৱাহাটীৰ সীমা পালেহি। ইতিমধ্যতে লাচিতে শৰাইঘাটৰ কোঠ মেই এট। গড় মৰাবলৈ আয়োজন কৰিলে। সেই গড় একে ৰাতিৰ ভিতৰতে উলিয়াব লগীয়া হৈছিল, কিয়নো পিদিনা পুৱাতে মুছলমানে আহোম কোঠ আক্ৰমণ কৰিব। সেইকাৰণে, সেই গড় উলিয়াবলৈ তেওঁ নিজৰ মোমায়েকৰ গাত ভাৰ দিছিল। পিছে, শেহৰাতিলৈকে গড় মৰা হৈ মুঠা দেখি, লাচিত বীৰে একেবাপে মোমায়েকক কাটি দোহোৱা কৰিলে। তেওঁৰ তেনেকুৱা তীমতিৰ বৈদ্যুতিক উত্তেজনাত উত্তেজিত হৈ, বাকী গড় মৰা মানুহবিলাকে মৰে। জীকৈ লাগি, ৰাতি নৌ-পুৱাওঁতেই গড়টো বাজি উশিয়ালে। সেই গড় এতিয়াও “মোমাই কটা গড়” নামে খ্যাত। তাৰ পাচত, লাচিত বীৰে, একেৰাহে ছমাহ মাটি-যু, পানী-যুদ্ধ, ঘে-যুদ্ধ তয়াময়াকৈ পাঁতি, মুছলমান সেনা -সেনাপতিক বিচেষ্টা কৰি পেলালে। পিচে, এনেতে, হঠাৎ জলসাৰ নৰিয়াত পৰি স্বৰ্গদেৱ চক্ৰধ্বজসিংহ অগী হোৱাত, তেওঁৰ ভায়েক উদয়াদিত্যই, ৰাজপাটত উঠি, সেই মহাৰৰ চলাব লগাত পৰে। মুছলমান বাবল কমাৎ ক্ষয় হৈ আহিল; মুছমান সেনাপতি এজন এজনকৈ ৰণত পৰিবলৈ ধৰিলে; আৰু সিহঁতৰ বহুত বাৰু, বন্দুক, তোপ, ব-ভৰি আহোমৰ

  • কিন্তী আছে, লাচিত মোমাই তামুলী বৰুৱাৰ সৰুণৰ একটি পুতেক। সাপিত ও

ৰে তেওঁ ঘৰ চহকী। সেই হীৰেই কালত তেও মান-মৰ্যাদা আৰু বাকীয় বিভূতিনেও চী কৰিলে। মুলমানৰ লগত ৰণ দি, এখৰ খাটি, জসিংহ সেৰে এদিন মন মাৰি ধৰি কাছে এনে এত আহোম ৰ ণ লাচিত ডেকাই দেখি গল। তেওঁ ঘৰলৈ গৈ আৰু সৈতে এই গুলি কোৱামেলা খিলিলৈ, "নাই, আমাৰ সে আছি মন আমি যা দেৰি আহি মোৰ মনত যা ৰোৰ লাগিছে। এই খেলত আমাৰ ৰজাৰ ৰাই মুছলমানক হফয়াৰ নোৱাৰিলে সেই বাবেই বগলে মনত ৰা বিন লাগিছে। কিন্তু, মই যাবলৈ পোৰা হলে, মুছলমানক ওফৰাই পালেগৈলে। মাকে বলে, “বুই এনে মা কৈ ৰিবি, কোনো পৰীক্ষা-চৰীয়াই শুনি। তশিল, জাই তোক খণলৈ গঠি। পাটিতে সাহসৰ বহি মাৰি এই খুলি সাবান দিলে, “আই, এ কে গলা ফ ল ৫। হে মোৰ মনৰ ক খ। ব দি কিবল না , নাৰ এ এল খবাই যিয়। আই মোৰ মনেৰে মেলাতে, যে মা সে