পৃষ্ঠা:অসমৰ বুৰঞ্জী গোহাঞি বৰুৱা.djvu/৬৩

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বগল চুহং বা মৃগনায়। বৰ্গদেৱ চুখামাৰ দিনতে সিফালে কোচ ৰজা নৰনাৰায়ণৰ ৰাজ্যত মুছলমানৰ ৭ম আৰু ম, বাৰৰ আক্ৰমণ পৰে। সেই সময়তে, প্ৰায় তিনিকুৰি বছৰ নামলাই না কৰাৰ পাচত; ঐ ১৬১১ চনত (১), চুোমা স্বৰ্গদেৱ অতি বুঢ়া বয়সত স্বগী হয়। | ওপৰত কোৱাৰ উপৰিও, স্বৰ্গদেৱ চুম্ফাৰ ৫৯ বছৰীয়া সুদীৰ্ঘ ৰাজৰ নানা অশান্তিজনক আৰু অমঙ্গলীয়া ঘটনাপূৰ্ণ আছিল। তাৰ ভিতৰত, ১৫৮০ খ্ৰষ্টাব্দত নগা-দমন (ক); ১০৬৩ আৰু ১৫৭২ খ্ৰীষ্টাব্দত চুটিয়া-বিজোহ; ১৫৩ খ্ৰীষ্টাব্দত আহোম ৰাজকোৱৰেৰে লগ লাগি তোলা ঢেকেৰি-বিত্ৰোহ (খ; ১৫৬২ খ্ৰীষ্টাব্দত কোচৰ ২য় আৰু ৩য় আক্ৰমণ (গ ১৫৮৪ খ্ৰীষ্টাব্দত চুটিয়া। ক'লে, 'ভাই চুগাম, যদি বোৰ-সহ মাৰিৰ পাৰ, সত্যে সত্যে সত্যে যেই খোজ তাকে দিম'। পাচে মুগাম কোৱৰে বিৰূপে ঢালি যোৰ-দহ পেলালে। পাচে কোচ ৰজাই বদলে, মই বচনে বাটিলে। মই শিও বুলিছে, তই যি খোজ, খোজ। পাচে চুগম কোৱৰে বোলে, যদি দিব, মে'ৰ লগত অং মানুহে সৈতে মেক আমাৰ ৰাজ্যলৈ পঠিয়াই দিয়'। কোচ ৰাই বোলে, ভাল, বিদায় দিলো, তোমাৰ মানুহে সৈতে যোয়া , অ'ৰ মোৰ মানুহ যি গাব ধৰিছে তোমাৰ লগত যক। পাচে চুগাম কোৱৰ মানুহে সৈতে উলাই আহি বল্লা দৰক সেৱা কৰি সপ্ৰপঞ্চে বাত-যাত্ৰা কহি। " -- থাই আম যুঞ্জী", ০৫ পৃষ্ঠা। হৰকান্ত বৰুৱাৰ “আসাম বুৰঞ্জীত এই চুগাৰ কেঁৱৰক সোন্দৰ গোহই ধোলা হৈহ। আৰু পাশাখেলখন মুছলমানৰ হাতত বন্দী হৈ থকা চিলাৰায় সঙ্কেত মতে হোৱা বুলি কোৱা হৈছে। ৩৫ পৃষ্ঠা। (১) চাৰ এভোৱাৰ্ড গেইটৰ বুৰঞ্জী মতে, এই চন :৬৩ হ'ব লাগে। আক, সেইমতে তেওঁ খে ৰজাৰ ৰাজত্ব ৫১ বছৰীয়া কবি, জয়ধ্বজসিংহৰ ৰাজলৈকে মাজৰ ৩ জন ৰজাৰ জৰ আঠ যাকৈ বঢ়াই ধৰিছে। কিন্তু, সেইটো মত আনবিলাক বুৰঞ্জীয়ে হযহকৈ সমৰ্থন নকৰে। “দেওয়াই অসম বুৰঞ্জী মতে থোৰৰজাৰ ৰাজপাট ভোগ ৫২ বছৰ (৫১ পৃষ্ঠা); কাশীনাথ, ববিন আৰু গুণাভিৰাম বুখী মতে সেই ৰাজপাট-গে ৫৯ বছৰীয়া। | (ক) স্বৰ্গদেৱে চাৰিংৰা, বুঢ়াগোহাঞি আৰু বৰগোহাঞিৰু সৈন্য-সেনা দি নগা-মনলৈ পঠিয়ালে। চাৰিং-ৰজা আৰু বৰগোহাওে নামতুহফা নদী পাৰ হৈ গ'ল। বুঢ়াগোহাঞি মোমাই বাটে গ'ল। আহোম সেমাই খেলি যো। দেখি আইনী গশি পাপুকীয়া লগাত সোমালগৈ। পাপুয়ও তানি খামডেীয়াত সোমালগৈ। আহোম সেনাই খেদি নি মডে পালেগৈ। এমজে আগি গ'ল। সেই ঠাইতে বৰগোহাঞি বিয়া পৰিল। বৰগোহাঞিৰ ওলোটাই আনোত বাটত আইভী, পাগল, খামভেদীয়া একেঠাই হৈ ইং পৰ্বতত বেৰি গৰি বৰগোহাঞিৰু লৈ অহা মায় কালে। পাড়, তাচুপাৰ আৰু ভাওতু এই দুই কুমাৰে খেদি গৈ ইং পৰ্বত ফুৰিলে। ভিৰি গৈছে নোৱাৰি ভাগিল। দুই কোৱৰে বৰগোহাঞিক এৰুৱাই নিতে। ” –“দেওয়াইস কুলী, পৃষ্ঠা। | (খ) চুয়াৰ উপৰ পাচতে চেকেৰি-বিদ্ৰোহ উঠ। প্ৰথমে যাৰ দিশত পান না ঢেবি বা যুদ্ধ কৰিবলৈ পালেহি। যুত ঢেকেৰি ৰিত পৰি, বি গি গল। পাতে জালেৰে ফাৰ দিনত বৰগোহাইকে, বৰপাত্ৰগোহাইকে, গোকে বা সনিকেকে টেকেবি ঢেলা লাফ ধৰি দিলেগৈ। গৰিলে গৈ চেল কৰি নিজালেৱৰ ঠাইত দিলেছি। ” -“পাই অসম বুৰঞ্জী", পৃষ্ঠা। | (গ) লা মুংও কত (১৯৮৪ ) কোট লুইতে উজাৰি দিখৌমুখ পোনে সুতি উৰেলহি। চাৰি বুঢ়াগোহাঞি বৰপাত্ৰগোহাঞ্জি এই সকলে আহোম সলো লাগবে কোটি ৰ'ল। তাৰপৰা চাৰিং-ইলাসিতা, লোজু, পাখি একিলিক মোৰ। প্ৰতি কালে পঠাই দিলে। কোচ কালো তিল মাল গা পা দিল। চে যাই এই বুলি কৈ পঠালে, আমিও এৰি গঙসৰিলে এৰি অহয়। বিশেষ সাই " সাল, আমিও সিনি; এতেকে দেখে আমি । তেভোৱ