পৃষ্ঠা:অসমৰ বুৰঞ্জী গোহাঞি বৰুৱা.djvu/১৭২

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পঞ্চম খণ্ড আধ্যা-১ এসমত বৃটিছ, গৱৰ্ণমেণ্টৰ পাতনি যানবাহৰে গিলি চেৰাই যোৱাৰ পাচত হোৱা অসম দেশৰ দুৰৱস্থাৰ কথা বৰ্ণনাতীত; পত, দেশখন এখন অনশু দীঘলবহুল এ-বাৰী যেন হৈ পৰিছিল। গোটেই দেশখনৰ অনসংখ্যাৰ কেৰ অধিক ভাগ ৰণ-বিগ্ৰহ-বিদ্ৰোহৰ মৰা-টাত বা গৈ, তিনি-গৰ এভাগমান মাখোন আদিকা ৰৈছিল; তাৰে আকৌ ডেৰকুৰি হাৰৰ ওপৰ সংখ্যক অসমীয়া মুনি-তিনোতা মানে দেশলৈ বন্দী কৰি লৈ যায়। তাৰ পাতত; সদৌ দেশজুৰি নাকাল, ভাইতি আৰু বিবিধ ব্যাধিৰ একোপত ৰব নোৱাৰি গোসাইমহতআৰু ভালভদ্ৰলোকে উজনি অসম ৰাজ্যৰ ঘৰ-বাৰী এৰি নামনি অসমলৈ উঠি যায়; আৰু ৰহসংখ্যক সাধাৰণ প্ৰজাই সিবিলাকৰ পিচ ধৰে। বৃটিচৰ সহায়ত, দেশৰ পৰা অলপ ভালমুৱা হ'বলৈ ধৰাত, ওপৰ পাপৰ বুজন লোকজন আকৌ উজনি অসমলৈ উলটি আহিল, কিন্তু সাধাৰণ এলাবিলাক উলটি নাহি গুৱালপাৰাতে মিলিত হৈ ৰ'ল। অৱালপাৰাৰ পূৰ্বাংশ এতিয়াও সেই মান-ভগনীয়া প্ৰজাবৰ্গৰ সতি সনেৰ ভৰপূৰ। অসমত বৃটি, গৱৰ্ণমেন্ট গঠনৰ আদিছোৱাত, আনন্দৰাম ঢেকিয়াল ফুকন সবাতোকৈ শেঠ, ইংৰাজীত উচ্চশিক্ষিত, অসমীয়া চৰ্কাৰী ভাঙৰ বিষয়া আছিল। শাসন- সংক্ৰান্ত লাগতিয়াল বিষয়ত গৱৰ্ণমেন্টে সততে তেওঁৰে সৈতে পৰামৰ্শ কৰি তেওঁৰ মতামত গ্ৰহণ কৰিছিল; তাৰ নিদৰ্শন বিখ্যাত ‘মিল-ৰিপৰ্টৰ বুকুত অদ্যপি জিলিকি আছে। (১) বৃটিছে, মানবিলাকক অসমৰপৰা উলিয়াই খেদি পঠিওৱাৰ পাচত, ইয়াণ্ডাবু সতি সূত্ৰ অনুসৰি, গভীৰচিফ মণিপুৰত নিগাজিক মজা পাতিলে; অয়ষ্টাৰ কাক তেওঁৰ পৰ্বতীয়া বাৰু চুৰ নৈৰ উত্তৰৰ তৈয়াৰ ৰাজ্যখণ্ডত অধিপতি পাতিলে। তাৰ পাত, সিৰিলাক দুইকো কা-কাটলীয়া আৰু মিৰজাৰপে কৰিবলৈ কৰি দিয়া হয়। বৰ গ-ি ১৮২৬ চনৰ মাৰ্চত, বৃটি, ইইণ্ডিয়া কোম্পানী আৰু কাহাৰৰ ৰা গোৰশৰ মাত পৰি থাপিত হয়। সেই লক্ষি হুমমতে, কাৰৰ | গোবিই বৃষ্টিশীয় জালে ইইণ্ডিয়া কোম্পানী বছৰি ১০০ টকা কৰ শোবাৰলৈ, আৰু অন্যায় কাৰে সৈতে কেতিয়াৰ 'ৰ বিৰোধ | (৯ ০৮ tion on the annistration of the Ponce of Man' স Maundoron Dao Phuon, printed in Milla epot, and quot by t ar ৫. in h istory of Assam,Baso ase.