পৃষ্ঠা:অসমৰ বুৰঞ্জী গোহাঞি বৰুৱা.djvu/১৭০

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


লৈকো অপাৰগ হোৱাত, সেই প্ৰস্তাৰ এৰা পৰিল। তাৰ পাচত, ১৭৫ এত এ না সেনাই আকৌ মণিপুৰ আক্ৰমণ কৰেহি। সেই আক্ৰমণ কয়টিং ঠাৱৰিব নোৱাৰি কাছাৰলৈ পলাইছিল; কিন্তু, ব্ৰহ্মৰাৰ সেনা উলটি যোৱা মাত্ৰৰে তেওঁ মণিপুৰলৈ উভতি আহি সিবিলাকে পাতি থৈ যোৱা ৰজাক ভাঙি আকৌ নিলে ৰজা হ'ল। এই বাৰ্তা পাই ব্ৰহ্মাৰ ৰজাই আকৌ ১৭৬৮ ষ্টাৰত মণিপুৰ আক্ৰমণ কৰায়। এইবাৰ জমচিং পলাই কছাৰী ৰাজ্যত সোলগৈ। তাৰ পাচত, আহোম মহাৰজা ৰাজেশ্বৰসিংহ গৱেৰ সাহায্যত মণিপুৰৰ ৰাজসিংহাসন তেওঁ পুনঃ লাভ কৰে (১)। কিন্তু, তাৰ পাচত তেওঁ কেইবাবাৰো খো খাৰ লগাত পৰিছিল। সদৌশেহত, তেওঁ ব্ৰহ্মা জাৰে সৈতে মিত্ৰতা কৰিবলৈ বাধ্য হয়। ১৭৯২ খ্ৰীষ্টাব্দত অচিঙে •• ঘোঁৰা-ৰণুৱা আৰু ••• মাটি-পুৱাৰে সৈতে গৌৰীনাৎসিংহ বৰ্গদেৱক মোৱামৰীয়াৰ তৃতীয় বিদ্ৰোহ সময়ত সহায় কৰিছিল। এইদৰে ৩৪ বছৰ ৰাজত্ব কৰাৰ পাচত, ১৭৯৯ টাত তীৰ্থলৈ যাওঁতে বাটতে জয়চিং ৰজাৰ অকাল মৃত্যু হয়। চিত্ৰ আৰু মধুচ -য়চিঙৰ পাচত, তেওঁৰ বৰপুত্ৰ হৰ্ষচ ১৭৯৯ খ্ৰষ্টাব্দত ৰজা হয়। দুবছৰমান ৰাজত্ব কৰোতেই তেওঁক চক্ৰান্তৰ ওপৰত বধ কৰি, ভায়েক মধুচন্দ্ৰ ১৮•• খ্ৰীষ্টাব্দত ৰজা হয়। কিন্তু, তেওঁৰৰ সেই একে দশাই মিলিল , দুবছৰমানৰ পাচতে ভায়েক চৌজিতচিঙৰ হাতত তেওঁৰ অকাল মৃত্যু হয়। চৌজিতচিং-ককায়েক মধুচক বধ কৰি, ১৮০৩ খ্ৰীষ্টাব্দত চৌজিতচিং মণিপুৰৰ ৰা হয়। কিন্তু, তেওঁ কেইবছৰমান ৰাজত্ব কৰোতেই তায়েক মাৰ্কিতচিই আভা ৰাৰ ৰজাৰ সহায় লৈ, ১৮১২ টাত, ককায়েকক ভাঙি নিজে ৰা হ'লহি। চৌজিতচিঙে জয়া ৰাৰ সদনত আশ্ৰয় ল’লেগৈ। | সাতটিং:-১৮১৮ খ্ৰীষ্টাব্দত মাৰ্জিতচিঙে কাছাৰ ৰাজ্য আক্ৰমণ কৰিছিল। কিভ, পূৰ্ব শত্ৰুতা মনত কৰি চৌজিতচিঙে কাছাৰৰ ৰজা গোবিক সহায় কৰাত, মাতিচিঙৰ উদ্দেশ্য সফল নহ'ল। মাৰ্কিত উলটি অহাৰ পাচত, চৌজিতচিং কাছাৰৰ এক অংশৰ অধিপতি হৈ থাকিল। তাৰ পাচত, ১৮১৯ খ্ৰীষ্টাব্দত ব্ৰহ্মদেশৰ ৰজাই আকৌ মণিপুৰ আক্ৰমণ কৰে। মাৰ্জিতচিং ঠাৱৰিব নোৱাৰি কাছাৰলৈ পলাল। কাছাৰত তেওঁ ককায়েক চৌজিতৰে সৈতে মিল হৈ, গোবিন্দচন্দ্ৰ উলিয়াই খেচি, কাছাৰ ৰাজ্য বইৰে ভিতৰত তাই ল'লে। সিফালে, ১৮১৯ টাৰৰপৰা ১৮২৩ লৈকে মণিপুৰৰ ৰা পাট শূন্য পৰি ৰয়। | ইফালে কাছাৰত গোলমাল চলি থাকোতেই, সিফালে চৌতিচিৎ অতি পৰে ১৮৭৩ খ্ৰীষ্টাৰত মণিপুৰ আক্ৰমণ কৰেগৈ, আৰু ৰহ্মশে সেনাই পাতি যোৱ ৰজাক ভাজি নিজে ৰজা হয়। সেই সংবাদ শুনি আকৌ চৌজিতৰ ভায়েক গীচিং ভতিজক পীতাম্বৰ তাঙ্গি নিলে যা হ’বলৈ গ'ল। পীতাম্বৰ পাই এত নগত সোল। শীদি-ভতিয়াক ৰাজ্যৰপৰা খেঠি গীমি মণিপুৰৰ ৰজা হল। কিন্তু ওপৰ-পৰি ৰাজৰিৱত দেশৰ এনে দুৰৱ ঘটিল যে তেওঁৰ সৈবিলাকক হিলৈকে (১) আহোৰ বাৰ মুখৰ লগত এই বিষয়ে যাই ৰে। ৈ