পৃষ্ঠা:অসমৰ বুৰঞ্জী গোহাঞি বৰুৱা.djvu/১৬৫

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কিন্তু, গোবিন্দৰামে গোবিন্দ ফৌজক ঘটাই উঠি, উলটি আমাকে তুলাৰামক আক্ৰমণ কৰিলেহি। হঠাৎ সেই আত্ম-বিদ্ৰোহত তুলাৰাম বিচুৰ্তি হৈ জয়ন্তীপুৰলৈ সাম্প্ৰতিকভাৱে আঁতৰি যায়। কিন্তু ঘূৰি বছৰতে, ১৮২০ টাকা, তেওঁ মণিপুৰী কোৱৰ গভীৰচিৰ সহায় লৈ, তেওঁৰ আৰু ভfতাক আক্ৰমণ কৰিলেহি। গোৰিমে ৰীৰ তুলাৰামৰ সিংহ-বিক্ৰমৰ আগত তভিৰ নোৱাৰি, বৰপুৰলৈ পলাই গৈ, গোৰিচন্দ্ৰৰ লগত যোগ দিলে। এনে অৱস্থাত, তুলাৰাম সেনাপতি উত্তৰ- কাছাৰৰ স্বাধীন অধিপতি বুলি মানি, তেওঁক শান্ত কৰিবৰ নিমিতে বৃটিচ, কমিচনাৰ ডেফিত, কটু চাহাবে গোবিন্দচন্দ্ৰক পৰামৰ্শ দিয়ে। কিন্তু, তেওঁ সেই পৰামৰ্শ নোলোৱাৰ ফলত, স্বদেশহিতৈষী তুলাৰাম সেনাপতি ভীষণ আক্ৰমণ সহিব লগাত পৰিল। গোবিন্দচত্ৰ মৰণলৈকে তুলাৰামে ভীম-পৰাক্ৰমেৰে তেওঁক অস্থিৰ কৰি বাণিছিল। গোবিন্দচন্দ্ৰ অপুত্ৰক অৱস্থাত বগী হোৱাত, তুলাৰাম সেনাপতিয়ে কী ৰাপাটলৈ উত্তৰাধিকাৰীৰ আগবঢ়াইছিল; কিন্তু তেওঁ সি-ফুটা কছাৰী ৰাজ বংশধৰ নোহোৱা হেতুকে, বৃটিচ, গৱৰ্ণমেন্টে তেওঁৰ প্ৰাৰ্থনা গ্ৰাহ নকৰিলে। তথাপি, ’ খিতাপ দিয়া নহ'ল যদিও, তেওঁক গোবিন্দচন্দ্ৰৰ দিনত ভোগ কৰা ৰাভ্যাংশ অধিকাৰী বা জমিদাৰ পতা হ’ল। তেওঁৰ সেই দখল দক্ষিণে মহৰ নৈ আৰু নগা পৰ্বত, উত্তৰে যমুনা আৰু ছৈয়াং নৈ, পূবে ধনশিৰী নৈ আৰু পছিমে দৈয়াং নৈ, এই চতু সীমাৰ ভিতৰত আছিল (১)। অসমত মেয়ে পোনত্ৰথম জমিদাৰী। সেই জমিদাৰীৰ হশ্বৰূপে তেওঁ বৃটিচ, গৱৰ্ণমেণ্টক প্ৰথমে বছৰি এটা হাত-পাত শোধাৰলৈ গাত লৈছিল, কিন্তু পাচলৈ তাৰ সলনি ৪ টকা নগদ কৰ শোধাইছিল; আনহাতে, তেওঁ বৃটিচ, গৱৰ্ণমেণ্টৰপৰা মাহে ৫ (আঢ়ৈকুৰি) টক শেন পাইছিল। তুলাৰাম সেনাপতি মৰণৰ সময়ত, আঃ ১৮৪৪ চনত, তেওঁৰ আবেদন অনুসৰি, তেওঁৰ ৰাজ বা জমিদাৰী তেওঁৰ দুই পুতেক নকুলৰাম বৰ্মণ আৰু এজনাথ বৰ্মণ বৃটি, গৱৰ্ণমেন্টে ভগাই দিয়ে; কিন্তু সিবিলাকৰ ভিতৰত ঘৰুৱা কল আৰু চুবুৰীয়া আগামী নাবিলাকৰে সৈতে সততে বিবাদ লগোৱাৰ ফলত, শেহান্তত সিবিলাক কামিল হৈ পৰাত, ১৮ষ্টাৰত, সিবিলাকৰ সেই জমিদাৰী বা তুলাৰাম সেনাপতি মুয়ায় বা উত্তৰ-কাছাৰ মহকুমাৰ লগত চামিল কৰি, বৃটিচ, গৱৰ্ণমেন্টে সেনাপতিৰ পৰিয়ালক লেন দিয়াৰ নিয়ম নিৰ্ব কৰে (২)। পাচে পাচলৈ নামনি অসমত, ক্ৰমাৎ বিনী, মোৰ, চিলী, গৌৰীপুৰ, ৰগৰীৰাৰী, চিৰাং, বিষ্ণু, এইবোৰ জমিদাৰী ৰাপিত হয়। ১৯১৭ চনৰপৰা মোৰ জমিদাৰী আৰু ১৯২১ চনৰপৰা বিজনী জমিদাৰী বৃষ্টিচ, গৱৰ্ণমেণ্টৰ কোট-ওৱাৰ্ডৰ তত্বাৱধানত চলিছে। চিলী জমিদাৰী গৱৰ্ণমেন্টে চলায়; জমিৰে সলিকানা বুলি মাৰপৰা শতকৰা ২০ টকাকৈ ৰাহৰ গ পায়। গৌৰীপুৰ এমুখ্যে কেখনমান মিজাৰী পূৰ্বৰ তৰীয়া ব্যৱস্থাতে ৰৈছে। ঃ ১৯০১ চনৰপৰা গৌৰীপুৰৰ জমিদাৰক বজ-বাহাদুৰ ৰা ৰিজনীৰ জমিদাৰক এ ১৯৩১ চনৰপৰা ভূপ-ৰাহাদুৰ খিতাপেৰে বিভূষিত কৰা হৈছে। (৯, ২ লি —&ir dward Gai ainery of Mon', ৮e bos, bit.