পৃষ্ঠা:অসমৰ বুৰঞ্জী গোহাঞি বৰুৱা.djvu/১৬৩

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কছাৰী ৰা বিশ্বনাথ বৰাৰ পাতি, কছাৰী আৰু জয়ন্তীয়া দুয়ো ৰজাক আহোম স্বৰ্গদেৱত শৰ লগোৱাৰ বিষয়ে আহোম ৰাজত্বৰ বৰ্ণনাত বহলাই কোৱা গৈছে। বিশ্বনাথত দৰবাৰ পাতি, কছাৰী আৰু জয়ন্ত ৰাজ্য আহোম ৰাজ্যৰ চামিল কৰা ৰাজা * খোবণা কৰি কসিংহ বৰ্গদেৱে তাক মায়বাত শৰণীয়া ৰজা পাতিলে; আৰু ৰামচিঙৰ লগতে ৰংপুৰলৈ লৈ গ'ল। তাৰপৰা অলপ দিনৰ পাচতে টান নৰিয়াত পৰি তায়ধ্বজৰ মৃত্যু হয়। ইফালে, ৰংপুৰ নগৰত জয়ৰ ৰজা ৰামচিঙৰ অকাল মৰণ ঘটে। সুদৰ্পনাৰায়ণ :—তাম্ৰধ্বজৰ লোকান্তৰ হোৱাত, আহোম ৰাজপ্ৰতিনিধি গৈ, তেওঁৰ বছৰীয়া নাবালক পুত্ৰ সুৰদৰ্পনাৰায়ণক মায়বাত শৰণীয়া ৰজা পাতি আহে। কিন্তু, আহোম ৰজাৰ তত্বাৱধানত বাৰ এছ মাথোন ৰাজত্ব কৰোতেই তেওঁৰ সকাল মৃত্যু হয়। সজিকাৰী-পুৰদৰ্পনাৰায়ণৰ পাচত হৰিশ্চন্দ্ৰনাৰায়ণ, কীৰ্তিচন্দ্ৰনাৰায়ণ প্ৰভৃতি কেইজনমান ৰজাই দুকুৰিমান বছৰ ৰাজত্ব কৰাৰ পাচত, সন্ধিকাৰী নামেৰে এজন ৰজা। কছাৰী ৰাজপাটত প্ৰতাপী হৈ উঠে। প্ৰচলিত নিয়ম অনুসাৰে, ৰাজেশ্বৰসিংহ স্বৰ্গদেৱে তেওঁক ৰংপুৰ নগৰলৈ মাতি পঠিওৱাত সন্ধিকাৰীয়ে সদৰ্পে আহোম কটকীক খেদি পঠিয়ালে। সেই কথাত কষ্ট হৈ, স্বৰ্গদেৱে বৰবৰুৱাক সসৈন্যে পঠিয়াই সধিকাৰীক ধৰাই আনিলে। পিচে, সজিকাৰীয়ে কাকুতি-মিনতি কৰি আহোম ৰজাৰ শৰণাগত হোৱাত, তেওঁক আকৌ এৰি দিয়া হয়। কিন্তু, তাৰ পাচত, তেওঁ আৰু সৰহদিন ৰাজ কৰিবলৈ নাপালে; ১৭৭১ খ্ৰীষ্টাব্দত হৰিশ্চন্দ্ৰ ভূপতি নামেৰে এজন কছাৰী কোৱৰে তেওঁক তাজি নিজে ৰজা হ'ল। কফ -১৭৮ খ্ৰীষ্টাব্দত হৰিশ্চন্দ্ৰ ভূপতিক জঙ্গি কৃষ্ণচন্দ্ৰ কছাৰী কোৱৰ ৰজা হয়। তেওঁ ৰাজ্যৰ গ্ৰহণ কৰিয়েই, ভায়েক গোবিন্দচন্দ্ৰৰে সৈতে যথানিয়মে হিন্দু- ধৰ্ম গ্ৰহণ কৰে। ৰজা কৃষ্ণচন্দ্ৰৰ ৰাজতে আহোম স্বৰ্গদেৱৰ বিষোহী এ মোৱামৰীয়া ৰিমানে কছাৰী ৰাজ্যত আৰয় লৈছিলগৈ। বৰ্গদেৱ কমলেশ্বৰসিংহই সেই ৰাজদ্ৰোহী- বিলাকক ৰখীয়া দি আনিবৰ কাৰণে সেনা পাঁচিলে। কিন্তু, কৃষ্ণচন্দ্ৰ সাত মাতি হোৱাত, আহোম স্বৰ্গদেৱে আকৌ কছাৰী ৰাজ্য আক্ৰমণ কৰিবলগীয়া হয়। এইখন সদৌশেহতীয়া কছাৰীণ ১৮৩ ৪াৰৰপৰা ১৮৫ টালৈকে লাৰ পাচত, কছাৰী ৰক পৰাস্ত কৰি, আহোম ৰাজদ্ৰোহীবিলাকক ধৰাই আনি স্বৰ্গদেৱে পাতি যিয়ালে। তাৰপৰা আঠ বছৰৰ পাচত, ১৮১০ খ্ৰীষ্টাব্দত কৃষ্ণচন্দ্ৰ ৰজাৰ মৃত্যু হয়। গোবিন -চন্দ্ৰৰ প্ৰত্যুৰ পাচত, ভায়েক গোবিন্দচই কছাৰী ৰাপাট লাভ কৰে। তেওঁৰ ৰাজত্বৰ আৰম্ভণতে কহিধন নামেৰে ৰা-কৰ্মচাৰীয়ে চিৰণ উপস্থিত কৰে। কহিধন কৃষ্ণচন্দ্ৰ ৰজাই পা এন বিষয়। তেওঁ কছাৰী ৰাজ্যৰ - h, orders wer carried out in Febru l7o8. Envoy announcinths a ard and sunte knon. bad bon onned to be donialon of o kir n a va, hons ad. we court Bris war Gaib al has