পৃষ্ঠা:অসমৰ বুৰঞ্জী গোহাঞি বৰুৱা.djvu/১৬২

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


অমৰ বুৰঞ্জী টেলি বৰাৰ মাত্ৰা হ'ল। ৰাটতে আমলথ টিলাত কোঠ বাজি ধাপ, দি থকা কী কিছুমানৰ লগত এখন ৰ লাগিছিল; সিহঁতক অনায়াসে ঢলিয়াই মাৰি ৰৈ, ৰাটত আৰু কেইখনমান ৰণত জিনি, আহোম সেনা মায়ং পালেগৈ। আহোম সেনাৰ আক্ৰোশ, মায়োজন আৰু বাৰিত গতি দেখি ময়বাৰ মানুহে গড় আৰু নগৰ এৰি তাগিবলৈ ধৰিলে। কছাৰী ৰজা তাজ পলাই খাচপুৰত ৰ'লগৈ। নগৰ লৈ, আহোম গুৱাই পালে,-হিলৈ ৭••, তাৰে কিছুমানত পিতলৰ মূৰ্ত্তি তোৰা, গন্ধক ২২• মোন, তামৰ কলহ ১৩, তামৰ ছাৰ বা ৬, লোহাৰে সজা যুৰ সঁজুলি ১২, হাত-পাত ১২, গণ ৫••, ম'হ ৬০,গৰু ৮,ডেকা-বুঢ়া, নিহ-তিনোতাৰে সৈতে মানুহ পালে মুঠতে ৩২ টা। এনেতে, তাতে বৰবৰুৱাৰ টান নৰিয়া হ’ল। বৰবৰুৱাৰ নৰিয়াৰ বাতৰি পাই, স্বৰ্গদেৱে পানীফুকনৰ তলে মুঠ ৩৪০৫১ জন ৰণুৱা দি, কলীয়া- ৰৰীয়া ফুকন, বৰগোহাঞি ফুকন, নৰা-কোৱৰ ফুকন আৰু সকাল গোহাঞিক কপিলীৰ বাটেদি ৰণ-যাত্ৰা কৰালে। পিছে, ইতিমধ্যত আহোম সেনাই মায়ং দখল কৰাৰ সংবাদ দি, স্বৰ্গদেৱলৈ বৰবৰুৱাই জনালে, বলে, নতুনকৈ ৰণ-বল যোগ দিয়াৰ আৱশ্যক নাই আৰ; কিন্তু সেই সংবাদ স্বৰ্গদেৱে পোৱাৰ আগেয়েই পানীফুকন সসৈতে মায়বাঙ্গত বৰৰকৰাৰ কোঠ পালেগৈ। তাৰ পাচত, খাচপুৰ দখল কৰি তাৰপৰা কছাৰী ৰা তামাক ধৰি আনিবলৈ অৰ্গদেৱে বৰবৰুৱাক আদেশ দিলে। পিছে, সেই সময়ত বিবিধ ব্যাধি, আহাৰ-পাটিৰ নাটনি আৰু বাট-খাটৰ দুৰ্গম অৱস্থা হেতুকে স্বৰ্গদেৱৰ আদেশ স্থগিত ৰাখিবলৈ প্ৰাৰ্থনা কৰি, বৰবৰুৱা আৰু পানীফুকনে বিশ্বনাথলৈ সংবাদ পঠিয়ালে; কিন্তু মহাৰজা সিংহ বৰ্গদেৱে, সেই প্ৰস্তাৱত কষ্ট হৈ, আকৌ টানি আদেশ দিয়াত, পানীফুকনৰ সৈতে বৰবৰুৱাই নৰিয়া গাৰেই খাপুৰলৈ মৰো-জীওঁকৈ -যাত্ৰা কৰিলে। পিচে, বাটতে নৰিয়া টান হোৱাত বৰবৰুৱা ঢুকাল; পানীফুকনে যাই সেনাপতিৰ বাৰ লৈ ক্ৰমাৎ অগ্ৰসৰ হ’বলৈ ধৰিলে। ইতিমধ্যত, জয়ন্তীয়া ৰা ৰামচিতে খাচপুৰবাসী তাৰ ওচৰলৈ পুতেকক পঠিয়াই কোৱালে, বোলে, কছাৰী ৰা লগ হয় যদি, দুয়ো লাগি আহোম ৰজাৰ গড়গাওঁ নগৰ মাৰিবগৈ পৰা যায়; যদি তেওঁ মাহি, য়ৰ ৰা বাচিক সাক্ষাৎ ককহি। তাম্ৰবল নগ’ল; বামদিকে তেওঁ মাতি পঠিয়ালে। সেই কথাত ৰু হৈ, ৰামচিং ৰজাই আজক, তেওঁৰ পত্নী মহাদেৰী আৰু পুত্ৰ-কোটি সমন্বিতে, ধৰাই মিলে। গতিকে পানীফুকনে খাজক খাগুৰত নাপালেগৈ। সেই সময়তে জয়তীপুৰ" আহোম বৈৰাগ দুজনক লগ পাই, কাৰী ৰাণ মহাদেবীয়ে মহাৰজা ৰুদ্ৰসিংহ বৰ্গদেৱৰ শৰণ মাগি এখন ভিতৰ-বিশ্বাস পত্ৰ পাঠয়ালে। তাৰ ফল বলে, জয়া মাৰি, ৰামচিং আৰু তাম্ৰধ্বজ দুইকে ধৰি আনি বিশ্বনাথ ৰাহৰত উপস্থিত কৰাৰলৈ বুলি প্ৰদেৱে পানীফুকন সেনাপতিলৈ আদেশ পঠিয়ালে। সেই আদেশানুসৰি, পানীংকনে জয়ৰ ৰা ৰামচিকৰণত হাই বন্দী কৰি, কছাৰী ৰজা তাৰে সৈতে দুইকে ধৰি নি বিশ্বনাশ বাত মহাৰ সিংহ গৱে চৰণত শোধাই দি সেৱা কৰিলেগৈ। কসিংহ মহাৰাই | মিল- chori Baranji, dited by Bibhodar s.x, Bhuya, Page se-৪; p. To Re w do. Account of Assam," edited by Sout Baudho Sarah.