পৃষ্ঠা:অসমৰ বুৰঞ্জী গোহাঞি বৰুৱা.djvu/১৬০

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অসমৰ বুৰঞ্জী টকা সোণৰ মোহৰ, আৰু ৬টা হাতী ক শোধাবলৈ মান্তি হৈ, কছাৰী ৰজাই মহাকা নৰনাৰায়ণৰ ধীনতা স্বীকাৰ কৰে। | শব্দন-নতুন উপনিবেশত থিতাপিত হোৱা কছাৰী ৰবিলাকৰ ভিতৰত শক্ৰমন এজন বৰ প্ৰতাপী ৰজা হৈ উঠিছিল। সপ্তদশ খ্ৰীষ্টাব্দৰ আৰণত কছাৰী ৰাৰ ডিমৰুৱাৰ শাসনকৰ্তা এভাকৰক জয়ন্তীয়া ৰা ধনমাণিকে বন্দী কৰি নিয়েছি। কছাৰী যা শাষনে ভতিজাক প্ৰভাকৰক এৰি দিবৰ কাৰণে এনোৱাতত জয়ন্তীয়া ৰজাই তালৈ আওকাণ কৰিলে। সেই কথাত কুপিত হৈ, শত্ৰুদমনে জয়ন্তীপুৰ আক্ৰমণ কৰেগৈ। ফলত, ধনমাণিক যুদ্ধত ঘাটি শত্ৰুদমনৰ শৰণাগত হয়। | ৰহাৰ -জয়ন্তীপুৰৰ যুদ্ধ সন্ধিৰ সুত্ৰমতে ধনমাণিক ৰজাৰ পুত্ৰ যশমাণিক জামিন খণে কছাৰী ৰজাৰ নগৰত বন্ধুৱা হৈ ৰৈছিলগৈ। তাৰ পাচে, ধনমাণিক মৃত্যুৰ পাচত, শত্ৰুমনে যশমাণিকক মুক্তি দি পিহৰাজ্যত ৰজা পাতে। কিন্তু যণিকে সেই উপকাৰ পাহৰি, শক্ৰমনৰ দৰ্প ভ্ৰষ্ট কৰিবৰ অভিপ্ৰায়ে, তলে তলে, জীয়াৰী বিয়া দি, আহোম স্বৰ্গদেৱেৰে মিত্ৰতা কৰে। সেই আলমতে, যশমাণিকৰ সপকে চুচেংফা বা এতাপসিংহ স্বৰ্গদেৱে কছাৰী ৰাজ্য আক্ৰমণ কৰায়; ৰণত ঘাটি কছাৰী ৰা মায়বলৈ পলাই যায়। তাৰ পাচত, মহা পৰাক্ৰমী শত্ৰুদমনে আকৌ আহি উলটি ধৰাত, ১৬৩০ খ্ৰীষ্টাব্দত, ৰহাত দুয়োপক্ষৰ মাজত এখন ঘোৰতৰ যুদ্ধ হয়। সেই যুত জয়লাভ কৰি, শক্ৰমনে প্ৰতাপনাৰায়ণ’ বা ‘পদমন’ নাম লয়, আৰু নিজৰ ৰাজধানী মায়ৰদৰ নাম কীৰ্তিপুৰ ৰাখে। এনেতে আহোমৰ ৰাজ্যত মুছলমানৰ আক্ৰমণ পৰাত, আহোম গগনেৰে কছাৰী ৰজাৰ লগত লগা সেই যুদ্ধ স্থগিত ৰাখিলে। (১) মৰনাৰায়ণ-শত্ৰুদমনৰ লোকা হোৱাত, পুতেক নৰনাৰায়ণ ৰা হয়। তেওঁ শাসনাৰ লৈ আহোম আগন্তুক আক্ৰমণ নিবাৰণ কৰিবলৈ আয়োজন কৰি থাকোতেই তেওঁৰ অকাল মৃত্যু ঘটে। ইয়াত ৰাজে নৰনাৰায়ণৰ ৰাৱণত লেখত লবলগীয়া ঘটনা হোৱা নাই। ভীমৰ্গ-নৰনাৰায়ণৰ পাচত, সদায়েক ভীমৰ্প কছাৰী ৰাজপাটত উঠে। তেওঁক ভীমৰল নামেও না যায়। শক্তমনৰ ৰাত আহোমকছাৰী ৰণত তেওঁ প্ৰধান সেনাপতিৰ বাৰ পাইছিল। ভীমৰ্ণ ৰৰ বাহুবলী ৰা আছিল। আহোম ৰ্গদেৱৰ বৰ্ণ চুৰ্ণ কৰিবৰ মনেৰে তেওঁ বিপুল আয়োলনেৰে ধনশিৰীৰ সীমাত আহোমৰ বা ক্ৰমণ কৰিছিললৈ; কিন্তু সেই সময়ত আহোম ৰাজ্যত মুছলমানৰ আক্ৰমণ পৰাত মৰ্গলৈ এগৰাকী আহোম গাভৰ বিয়া দি, তেওঁৰ লগত মিতা স্থাপন কৰা হয়। এনেতে, ১৬৩৭ খ্ৰষ্টাব্দত ভীমৰ্পৰ অকাল মৃত্যু ঘটে। -ভীমৰ্পৰ পাচত, তেওঁৰ পুতেক ইবত মায়ং ৰা কীৰ্তিপুৰত । তে, আহেম বৰ্গছেৰে সৈতে পূনঃ মিলা-প্ৰতি আপনৰ অৰে, ভালেমান উপহাৰৰে সৈতে চুচেংফা স্বৰ্গদেৱৰ ওচৰলৈ ললেন-পত্ৰ দি কটকী পঠিয়াইছিল। কিন্তু, অৰ্গণে চুমোই কছাৰী ৰজাক স্বাধীন ৰা বুলি মানিৰলৈ মাতি হৈ, সেই কটক (১) এনীষণ কৰাৰত ভিত্তিক মি গৈ