পৃষ্ঠা:অসমৰ বুৰঞ্জী গোহাঞি বৰুৱা.djvu/১৫৯

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কছাৰী ৰা এছু আছিল, আৰু কাছাৰ পাহাৰৰ কিয়দংশ সিবিলাকৰ দখলত পৰিছিল। চতুৰ্দশ খ্ৰীষ্টাব্দত দিখৌৰ পূবে বিস্তৃত হোৱা কছাৰী ৰা লাহে লাহে এৰা পৰিবলৈ ধৰে। পঞ্চদশ ষ্টাৰৰ শেহছোৱাত সেই সীমা লৈয়ে কছাৰী আৰু আহোম ৰজাৰ মাজত ৰণ-বিগ্ৰহ চলিছিল। প্ৰথম-প্ৰথমতে সেই ৰণত আহোম বা বাটিছিল; কি তাৰ পাচত, আহোম ৰজাই কছাৰী ৰজাক জিনি, কছাৰী ৰা ক্ৰমাৎ ঠেলি নি, ধনশিৰী সীমা পোৱালেগৈ। | খুনখৰ-ৰাজ্যৰ সীমা লৈ কছাৰী ৰজা আৰু আহোম আৰ মাজত ভালেমান দিনলৈকে ৰ চলি আছিল। ১৫২৬ ষ্টাৰত ধনশিৰীশীমালৈ দুয়োপক্ষ মাজত দুখন ৰণ লাগে। প্ৰথমখন ৰণত কছাৰী ৰজাৰ নৱ হৈছিল; কিন্তু পাচ খনত আহোম ৰজাৰ জয় ঠাৱৰ হয়। তাৰ পাচত, ১৫৩১ এটাৰত সেই যুদ্ধই আকৌ অলি উঠিছিল। এইবাৰ আহোম সেনাই কছাৰী সেনাক হোহকাই নি একেবাৰে সিবিলাকৰ ডিমাপুৰ নগৰ আক্ৰমণ কৰিলেগৈ, কছাৰী ৰজা খুনখৰ নিপায় হৈ পলাল; কিন্তু তেওঁৰ ভায়েক ভেচ্ছক ধৰি বধ কৰা হ'ল। ডেট:-খুনখৰা ৰজা পাই যোত, তেওঁৰ কুটু ডেটচুক আহোম সেনাপতিয়ে ডিমাপুৰত ৰজা পাতি আহে। তেওঁ আহোমৰ বীকাৰ কৰি, ছবি এবাৰ মুকুতাৰ মণি, এখন দুগদুগ আৰু এটা মোৰ আহোম বজালৈ সন্মানী কৰ পঠিয়াবলৈ প্ৰতিশ্ৰুতি দিছিল। পিছে, সেই প্ৰতিশ্ৰুতি ডেটচুলে লপ পাচতে পাহৰি পেলালে। গতিকে সেই আপাহতে আহোম স্বৰ্গদে চুদে ১৫৫৬ এটাৰত ডিমাপুৰ ৰাজ্য পুনঃ আক্ৰমণ কৰালে। ভেটুচুকৰণত হৰুৱাই ৰধ কৰা হ'ল, তাৰ ফলত ডিমাপুৰ ৰাজ্য সম্পূৰ্ণ আহোম ৰজাৰ খাচ, দখলত পৰিল। তেতিয়াৰপৰা কছাৰীৰিক ভিমাপুৰৰ পৰা জাগি মায়ং ৰা মায়বাত থিতাপিত হ'লগৈ। | ডিমাপুৰ নগৰৰ ভগ্নাৱশেষে আজিও প্ৰৱল প্ৰতাপী কছাৰীৰ চিনাকি দিব লাগিছে। বৰ্তমান ভিমাপুৰ থানাৰ সমুখত, ধনশিৰী নৈৰ কিৰ পাৰত, সেই নগৰৰ পকী গড় আৰু ৰাৰ-দুৱাৰ অদ্যাপি দেখিবলৈ পোৱা যায়। নমূনালে তাৰ দুটা দীৰ্ণ চিত্ৰ আৰু পকী ৰাজ-দুৱাৰৰ চিত্ৰ এই পুখিত লগাই দিয়া হৈছে। | চক্ৰধাজ-দৈয়াং নৈৰ ওচৰত কাচাৰী পথাৰত আৰু এখন পুৰণি নগৰৰ চিন। পোৱা যায়। সেই নগৰ কছাৰী ৰজা চলে পাতিছিল বুলি জনা যায়। কি ইতিপুৰ্বেই ধনশিৰী উপত্যকা এৰি অহৰ নৈৰ দাতিত মা মায়ত কৰী উপনিবেশ স্থাপিত হৈছিল। বৰূপত, খঃ ১৬০০ চনলৈকে এইহোৱা ছাৰী অৰ যুগ। চিলাৰায়ৰ লা -মায়ং বা মায়বত গৈয়ে কছাৰীৰিলাকে শক আক্ৰমণৰ হাত নাৰিৰ পৰা নাছিল। ষোড়শ টাৰৰ মাজহোৱাত বিখ্যাত কে নামণৰ আৰেক পকাত ফুৰ চিলাৰায় কী যাক এ কৰেগৈ (১); সেই আক্ৰমণ আৰী ৰা সম্পৰ্কে লি। এ বছৰি ৭০০০ টাকা, ১০০ ১ গোষ এইখানেই শেষ।