পৃষ্ঠা:অসমৰ বুৰঞ্জী গোহাঞি বৰুৱা.djvu/১৫৮

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

আধ্যা-৩ কছাৰী ৰজা আশিক ফৰী ৰজা : আদিতে শদিয়া পৰ্বতৰ সমীপত ১২ ঘৰ কছাৰী আছিল। তাৰে এঘৰৰ এটা মাণিক নামেৰে কছাৰী সেই বাৰঘৰীয়াৰ ওপৰত গৰু- বলা হয়। কালত, তেওঁ নিজৰ বুজি-কৌশলেৰে সেই বাৰঘৰ কছাৰীৰ লগত সেই এসৰ আশেপাশে ভালেমান গাওঁ দখল কৰি লৈ, কছাৰী ৰজা’ খিপেৰে প্ৰখ্যাত হৈ উঠে। তেতিয়া মাণিক ৰজাৰ ৰাজ্য পূবে শদিয়া, পছিমে দিখৌমুখ, উত্তৰে দিহিৰ দক্ষিণপাৰ, দক্ষিণে দিলিহৰ কেন্দুগুৰি এই চতুঃসীমাৰ মাজত বিস্তৃত আছিল (১)। | কৰী ৰা চচেমকা:-সেই একে সময়তে দিখৌ আৰু ধনশিৰীৰ মাজৰ এছোৱা ৰাজ্যত, অতি পুৰণি কালৰ দ্বিতীয় পাণ্ডৱ ভীমৰ ঔৰসত হিড়িম্বাৰ গৰ্ভজাত টোৎকচৰ বংশধৰ কছাৰী ঠাল এটায় ধাৰাবাহিকৰণে ৰাৰ কৰি আহিছিল। সেই ঠালৰ মানুহে হাবিৰ মাজত ১০ ঘৰীয়া, ২• ঘৰীয়াকৈ গাওঁ পাতি বসতি কৰিছিল। সেইবোৰ গাৱলীয়া ৰাজ্যৰ অধিপতি ছিল কছাৰীৰজা চচেমফা (২)। ১২২৯ এটাৰত আহোম ৰজা চুকাফা স্বৰ্গদেৱে পূৰফালৰ কছাৰী ৰাজ্য ক্ৰমাৎ দখল কৰি, শদিয়া আলীয়া কছাৰীবিলাকক দিখৌ পাৰ কৰি পহিমলৈ খেদি পঠিওৱাত, সিৰিক ধনশিৰী ফৈীয়াৰ লগত যোগ হ'লগৈ। তেতিয়াৰপৰা দুয়ো ফৈদ লগলাগি একৈীয়া হৈ ধনশিৰী উপত্যকাত কছাৰী ৰাজ্য বিস্তাৰ কৰিবলৈ ধৰে। | কছাৰীৰিলাক ব্ৰহ্মপুত্ৰ উপত্যকাৰ আদিবাসী মানুহ। সিবিলাকে নিয়ে দোবংশ বুলি চিনাকি দিয়ে; কিন্তু পছিমৰ ফালে সিবিলাক মেছ নামেৰেহে অনাজাত। আহোমসকলে কছাৰীৰিক টিমিছা বুলিছিল। কিন্তু, যপি সিবিলাক নানা নামেৰে অভিহিত হৈছিল, কছাৰী নামেইহে সিবিলাকৰ চলা নাম, আৰু সেই নাম অনুসৰিয়েই কাছাৰ জিলাৰ নাম হৈছে। কছাৰীবিলাক পৌৰাণিক যুগৰ দ্বিতীয় পাও ভীমৰ ঔৰসত হিড়িমাৰ গাত ঘটোৎকচৰ বংশৰ বুলি কিন্তী প্ৰচলিত আছে। সেই মতেই, হিড়িকাপুৰ ৰা ডিমাপুৰ নামৰ উৎপত্তি; আৰু সেই ডিমাপুৰৰ অধীশৰ ৰী ৰজাসকলে হিড়িম্বেশ্বৰ উপাধি লৈছিল। | কৰীৰিক কোনো লিখা বুৰঞ্জী নাই। আহোম আৰু কোচ জাৰে সৈতে মশক নলগালৈকে ৰী সকলৰ নাম পৰ্যত কিদন্ডীমূলক। ঐ আমোবশ শীত এই ফৈ কছাৰী ৰা ব্ৰহ্মপুত্ৰৰ ফিশপাৰে দিখৌৰপৰা কল নৈলৈকে বিস্তৃত ছিল। ইয়াৰ ভিত নশিৰী উপত্যকা এখত সিবিলাকৰ | (১. (, মিল- বি ( Compiled and edited by Profoors. A, Bhuyan Totthou১১৬ গজ।