পৃষ্ঠা:অসমৰ বুৰঞ্জী গোহাঞি বৰুৱা.djvu/১৫৭

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


১৫১ চুটিয়া ৰা আছিল। এইজনা স্বৰ্গদেৱৰ ৰাৰ কালত, ঐঃ ১৬১৯ চনত চুটিয়া ৰজাক আহোম যাই যুত ঘটাই তেওঁৰ ৰা আহোৰ ৰাজ্যৰ চাষিত কৰি লয়; আৰু শদিয়াত ‘শদিয়াখোৱা গোহাঞি খিতাপেৰে শাসনকৰ্তা এজন নিগাজীকৈ পাতি থৈ, চুটিয়া- বিলাকক অসমৰ চাৰিওফালে সি চৰতিকৈ থিতাপিত কৰি সিবিলাকৰ পুনৰনৰ শক্তি নাশ কৰা হয়। সেই বিয়ে আহোম ৰজাৰ ৰাজত বহলাই কোৱা গৈছে। সেই যুতে নীতিপালৰ মৃত্যু ঘটে; আৰু তেওঁৰ সাধনী ৰাণীয়ে, ‘কুবেত্ত সম্পত্তি বুকুত বাজি লৈ, চন্দনগিৰি পৰ্বতৰ টিৰপৰা তলৰ কুণ্ডলৈ জাপ দি অত্যাগ কৰে। (১) | সাধনাৰায়ণ-সাধনীক বিয়া দিয়াৰ পাচত, ধাধবপাল ৰাৰ পুত্ৰ এটিও জন্ম হয়। বহু সাধনাৰ ফলত লাত হোৱাৰ কাৰণে, ল’ৰাৰ নাম সাধনাৰায়ণ’ বখা হৈছিল। সাধকৰ জন্মৰ পূৰ্বেই ধৰ্মধ্বজে নোৱায়েক নীতিপালক ৰাজপাট এৰি দিয়া হেতুকে, সাধকে পিতৃৰাত ৰজা হব নোৱাৰিলে; কিন্তু নীতিপালক বধ কৰি আহোম এই চুটিয়া ৰাজ্য দখল কৰাৰ পাচত, পাঁচ বছৰীয়া (২) সাধনাৰায়ণ মা-অসমত উত্তৰে কবিৰৰ আলি, দক্ষিণে ব্ৰহ্মপুত্ৰ, পূবে ৰৌতা, পছিমে ধনশিৰী এই চতুলীমাৰ ভিতৰৰ ৰাত এজন শৰণীয়া শাসনকৰ্তা পাতি ৰাখে। চুটিয়া পাতি ঘোৰ শাক্ত ও কালীভক্ত আছিল। সিবিলাকে কেঁচাইঘাতী গোৰ্মনীক নৰবলি দি পূজিছিল। আহোম ৰজাই দেশ দখল কৰাৰ পাচতে চুটিয়াৰ পুৰোহিত ‘দেউৰী’বিলাকে নৰবলিৰে পূজা দিছিল; কিন্তু পাচলৈ প্ৰাণও হোৱা অপৰাধীকহে বলি দিব পাৰিছিল। শদিয়াৰ কেঁচাইখাতী গোসানীৰ পীঠস্থানত চুটিবিলাকে তামৰ মন্দিৰ সজাই লৈ মহা আড়ম্বৰেৰে কালীপূজা প্ৰৱাইছিল। সমসাময়িক ভাৰত বুৰঞ্জীৰ কথা আগৰদিনৰ বিদৰ্ভ নগৰ বা এতিয়াৰ শদিয়া অঞ্চলৰ সদৌ শেহতীয়া চুটিয়া বলা নীতিপালৰ পত্নী সাধনী ৰাণীৰে সৈতে পুৰণি ৰাজনৰ অন্তৰ্গত চিতোৰ ৰাজ্যৰ সদৌ- শেহতীয়া ৰজা তামসিংহৰ পত্নী পদ্মিনী ৰাণীৰ ৰিজনি নিমকৈ খাটে। সাধনী কুঁৱৰীয়ে কনচেং আৰীয়াৰ হাত এৰাবৰ উদ্দেশে চলনগিৰি টিৰপৰা কুণ্ডি কুণ্ডলৈ পৰি পৰি অত্যাগ কৰিলে; পলিনী ৰাণীয়ে আলাউদ্দিন চুলতানৰ হাত এৰাবৰ উদ্দেতে চিতাত পৰি অত্যাগ কৰিলে। ঘটনা দুটা এটামান শতাৰীৰ মানোন ব্যবধান। নীতিপালৰ কুশাসনৰ লগত চেকেণ্ডৰ লোজীৰ পুত্ৰ ইব্ৰাহীম লোভীৰ সমসাময়িক অজাচাৰী শাসন বিজাৰ পাৰি। নীতিপালৰ কু-শাসনৰ পৰিণাৰত দুটি পাহাম ৰাজ্যৰ বুকুত সোমাল, ইব্ৰাহীম লোভীৰ কু-শাসনৰ পৰিণাত দিলীৰ ৰাজপাটত লোতী বংশ লোপ হৈ মোগল বংশৰ পোৰ ৰজা ৰাৰৰ যিলীখৰ হৰি। তাৰ পাচত, ১৫২৬ টাপ দিল্লীত মোগলৰ একাধিপত্য চলিৰলৈ ধৰিলে। (১) নীতিশ বা পৰিলত হয় সেনাপতি - পৰ গোসলই মন আসল বিল। সানীৰ সৰ্গে লই তা অৱ , তাৰীয়া লে কে ল খালি। এনেতে দুআৰ গীব আলি খুলে মশা মুক্ত , আমীয় গিৰি পৰিপাৰ লৈছিয়ে। শৰী এ এ ১ গায়ৰ কুমাৰ মুসলাথিত “ৰিাৰণ বুৰঞ্জী ১৮৫ পৃষ্ঠা দে।