পৃষ্ঠা:অসমৰ বুৰঞ্জী গোহাঞি বৰুৱা.djvu/১৫৬

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


অসমৰ ৰূৰী তা লাভ কৰে। বহু সাধনাৰ ফলত লাভ কৰাৰ কাৰণে ছোৱালীটিৰ নাম ‘সাধনী বলা হয়। সাধনীৰৰ ৰূপহী ছোৱালী আছিল। বয়সৰ লগে লগে সাধনীৰ পৰণ্যৰ জেউতি চৰিবলৈ ধৰিলে। লাহে লাহে সাধনীৰ ৰিহৰ কাল উপস্থিত হ'লহি। কিন্তু কৰ নিমিত্তে উপযু পাত্ৰ বিচাৰি নাপাই ধৰ্মজ ভাবনাত পৰিল। (১) শেহান্তত, তেওঁ সৰ পণ পাতিবলৈ মন কৰে। সেই ভাৰ মনত লৈয়ে তেওঁ এদিন অকলশৰে ফুৰিবলৈ যায়। এনেতে, তেওঁ ‘পাল-শৱ-দিয়া মৈদামৰ ওপৰত এটা কেৰ্কেটুৱা অহা- যোৱা কৰি থকা দেখিলে। খেদি দিলেও কেৰ্কেটুৱাটো নাযায়। ধৰ্মধ্বজে বহ এৰজেও সেই পটকিক খেদিব নোৱাৰি, হঠাৎ এই পণ কৰি উঠিল যে যেয়ে একেপাট কাড়েৰে কেৰ্কেটুৱাটো শালি মাটিত পেশাহি পাৰিব, তাকে তেওঁ সাধনী আইদেউক সম্প্ৰদান দিৰ। সেই গুদে সেই মৈদামৰ টোলতে সাধনী সয়ম্বৰৰ ৰঙা সজোৱা হ'ল। অনুপমা পৱতী নাৰ পৰম গুণৱতী সাধনীক লাভ কৰিবৰ অৰ্থে ভালেমান কৃতবিদ্য ৰাজপুৰুষ কেৰ্কেটুৱা বিবিলৈ গ'ল। কিন্তু, নানা ঠাইৰপৰা গৈ সমবেত হোৱা ভালেমান সিদ্ধহস্ত লোকেও কৃতকাৰ্য হ’ব নোৱাৰিলে। সদৌশেহত, নিতাই নামেৰে সামান্য চুটিয়া ল’ৰা এটাই বৰ ণ অনুসৰি কেৰ্কেটুৱাটো একোট কাড়েৰে শালি মাটিত পেলালেহি। আমাৰ ঘৰৰ ল'ৰা এটাৰ সেই কাৰ্য্য নেধি সভায় সকলোৱে বিস্ময় মানিলে। কিন্তু বলে নিজৰ এতিয়াৰ পিছলি নোৱাৰি সেই সামান্য চুটিয়া ল'ৰাটোকে স্বামী বৰণ কৰিবলৈ বাধনীক আদেশ দিলে। সুশিক্ষিতা, সচ্চৰিত্ৰ, পৰম ৰূপৱতী ৰাজকন্যা শাধনীয়ে হচিতেৰে পিৰ ৰা পালন কৰিলে। তাৰ পাচত, ধৰ্মজে ভাবি চালে যে তেওঁ পুলক হেতুকে, এনেয়েও তেওঁৰ বংশৰপৰা ৰাজসিংহাসন যাৰ; এতেকে যেনে তেনে উপায়েৰে তেওঁৰ একেটি মাধোন কন্যাসন্তান সাধনীক ৰাজ্যৰ গৰাকিণী পতাই তেলক্ষ্য হোৱা উচিত। এনে ভাবি, তেওঁ ততালিকে নিজৰ মূৰৰপৰা ৰাজমুকুট নিজে হাই লৈ সেই চুলিৰ মূৰত পিন্ধাই দি, আৰু ‘কুবেৰদত্ত সম্পত্তিখিনি তেওঁৰ হাতত গতই দি, সমবেত ৰাইজৰাগত এই বুলি ঘৰণা কৰিলে যে সেই দিনাৰপৰা তেওঁ ৰজা গগিল, চুটিয়া ৰাজপাটত সাধনীক লাভ কৰা চুটিয়া ল’ৰাৰহে অধিকাৰ হ'ল। তাৰ পাত, ৰাজপাটত উঠি, নিয়ে, সেই ৰাজবংশৰ ৰীতি অনুসৰি, নীতিপাল নাম গ্ৰহ কৰে। নীতিলাল-নীতিশালেই চুটিৰ সদৌশেহতীয়া ৰ। তেওঁ ৰজা হৈ আগৰ লগৰীয়া লাত মাহৰিৰ লগত ঘনিষ্ঠ ৰাখি সিহতৰ ৰাজ্যৰ তাৰ ভাগৰ বিষয় ৰাৰ বিলৈ ধৰিলে। গতিকে, ৰাজ্যত নানা তৰহৰ অধ্যায় উপৰ আদি বাড়ি চাৰিওফালে হাহাকাৰ লাগি উঠিল। এবিলাকে পাচলৈ তেওঁক নীতিমালৰ সলনি এনীতিৰ নাম কি গৰিহণা হিৰলৈ ধৰিলে। তেওঁৰ নীতিহীন শাসনত ছুটিয়া ৰাজ্যৰ দুৰ সীমা নোহোৱাত পৰিল। পিত, সেই বাতৰি লাহে লাহে আহোম ৰয়াৰ ওচৰ | শালগ। সেই সময়ত হোম ৰা দেৱ চুমু ৰা অৰ্গনা বা পলি | (১) সাৰি শাৰ সাধনী পাল, সনক লৈ মালাr এই আক্ষেপ

  • তৈল আইনানী বিয়া গিৰিকৰিছিল।