পৃষ্ঠা:অসমৰ বুৰঞ্জী গোহাঞি বৰুৱা.djvu/১৫৫

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


১৩ চুটিয়া ৰ। কমতা কুঁৱৰী:- ন্যায়পাণৰ কন্যা, দেখৰী মহিৰীৰ গৰ্ভত, ৰ ঔৰসত, ১৯২৬ চনত, বিয়ধ্বজপালৰ জন্ম হয়। পুতেক ছেকা লত, যত্নঘৰে তেওঁলৈ ছোৱালী বিচাৰি, ওচৰত মিতি পাতিবৰ যোগ্য লোক নেদেখি, কমতাপুৰৰ ৰা নীল কন্যা এটি বুজিবৰ নিমিত্তে কটকী পঠিয়ায়। কিন্তু, সেই কালৰ মহাপৰাকী। অভিমানী নীলজে ৰধ্বজৰ প্ৰস্তাৱ সগৰ্বে দলিয়াই পেলালে। সেই কত অপমানিত হৈ, বাজে কমতাপুৰ ৰাজ্য আক্ৰমণ কৰিবৰ অৰ্থে, চুটিয়া ৰাজধানীৰপৰা মতা- পূৰলৈকে আলি বাই, দিনটোৰ ৰাটৰ অন্তৰে অৰে কোঠ মৰাই লৈ, বিপুল আয়ো- অনেৰে যুদ্ধযাত্ৰা কৰি যথাসময়ত নীলধ্বজ ৰজাৰ ৰাজ্যৰ সীমা পালেগৈ। নীলনে চুটিয়া ৰজাৰ এনে আক্ৰোশ আৰু মোজন দেখি পেটে পেটে শা কৰিলে। গতিকে তেওঁ ৰধ্বজৰ লগত যুদ্ধ নাপাতি সজিৰ এৱ কৰিলে। সেই সবি সূত্ৰ অনুসৰি, নীলজে তেওঁৰ জীয়েক কেইগৰাকীৰ ভিতৰত শৰাতকৈ সুনীটিকে সালতাকে ৰাজমোগ্য যৌতুকেৰে সৈতে ৰধ্বজ ৰজাৰ পুতেক বিজয়ধ্বজালৈ বিয়া দিলে। | গোৰেশ্বৰৰ লগত মিত্ৰতা:-এ ১৩০৪ চনত গৌৰদেশৰ পাছাৰে সৈতে সখি বাই বলে মিত্ৰতা কৰে। গৌৰেশ্বৰৰ লগত মিত্ৰতা কৰি লিখা-পঢ়া শিক্ষাৰ নিমিত্তে তেওঁৰ ঘৰত ৰত্নজে নিজৰ পুত্ৰ এটি থৈ আহে॥ কমতাপুৰৰপৰা ৰত্নধব উলটি নিজৰ ৰাজ্যলৈ অহাৰ কিমান দিনৰ পাচতে, গোৰেশ্বৰৰ ঘৰত থৈ অহা তেওঁৰ পুৰটিৰ মৃত্যু হয়। গোৰেশ্বৰে সেই ৰাৰে মাতিক দুখিত হৈ, সেই ল’ৰাটিৰ শৱটি অতি যতনেৰে চুটিয়া ৰাজধানীলৈ পঠিয়াই দিয়ে। সেই সময়ত ৰত্নধ্বতে সিন্ধুক্ষেত্ৰত নতুন নগৰ এখনি পাতিৰৰ অৰ্থে বানোলন কৰিছিল। তেনেতে, পুতেকৰ শৱ আহি পোৱাত, বেজাৰৰ সোঁৱৰণী ঘৰণে তেওঁ সেই নগৰতে সেই শৱসৎকাৰ কৰি মৈদাম দি, তাৰ লগ নাম পাল-শৱ দিয়া’ (খৎ, পাল। শৰ পোত ঠাই) বা ‘শৱ-দিঘাট’ ৰাখিলে (১)। আজিকালিৰ শদিয়া চহৰ নামৰ এয়ে আতিগুৰি, পাল শ দিয়া নাম লৰচৰ হৈ বৰ্তমান শদিয়াত ৰৈছেগৈ। | বিজয়ধব পাল-ঐঃ ১০০৫ চনত ৰত্নপালৰ পৰলোক হয়। তেওঁৰ পাচত পুতেক বিজয়পালে বছৰদিয়ে ৰাজপাট খায়। তেওঁকো লেখত লৈ, সেই বংশ ক্ৰমান্বয়ে বিক্ৰমধ্বজপাল, গৰুড়ধ্বজপা, শবপাল, মউজাপান, জয়নাল আৰু কপাল নামেৰে সাতজন ৰজাই ৰা কৰে। সেইসকলৰ ৰা লেখত লবলগীয়া ঘটনা হোৱা জনা নাযায়। ইবিলাকক জমে শিৱনাৰায়ণ, এগৰা, এমতনাৰায়ণ, হৰিনাৰায়ণ, গোলোকনাৰায়ণ, ব্ৰনাৰায়ণ, সত্যনাৰায়ণ নামেৰে জানা যায়। (২) | এৰশাল:-কবজৰ মৃত্যুৰ পাচত, তেওঁৰ পুতেক ধৰ্মৰ ৰা হয়। এই নাৰ কাললৈকে নিঃসন্তান ছিল। সন্তানৰ মূখ দেখিৰৰ বিয়াহেৰে তে অনেক দোয়ীৰ ধন বাৰু পূলে বাকিৰাৰ পায়, ঢাকা কে ১), (২) মিলনাৰাৰ সমাণিত ধৰি ৰী , ৯৪ পৃষ্ঠা। =