পৃষ্ঠা:অসমৰ বুৰঞ্জী গোহাঞি বৰুৱা.djvu/১৫৪

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


আধ্যা-২ চুটিয়া ৰজা চুটিয়াৰিকৰ আদি বসতি ঠাই লক্ষীমপুৰ জিলাৰ অন্তৰ্গত সোণাগিৰি বা বিদৰ্ভ নগৰ (১) বা কুণ্ডিণ্য চহৰ। সিবিলাকৰ সুকীয়া ভাষা আছিল। এতিয়া চুটিয়া ভাৰাক দেউৰী ভাষা বোলে। জ:- ১১৮৯ চনত, ১১১১শকত, সোৱণশিৰী নৈৰ উৎপত্তিৰ ঠাইত, সোণাগিৰি পৰ্বতৰ নামনিত, ভীৰ্মোক ৰজাৰ বংশৰ নিচেই টোকোনা সৰু পৰিয়াল এটা আছিল। বীৰবল নামেৰে এজন মানুহ সেই পৰিয়ালৰ মূল গৃহস্থ। তেওঁক পাচলৈ বীপাল নামেৰেও জনা যায়। ধন-বিত, নোহোৱা হেতুকে সেই পৰিয়ালত সদায় অশান্তি দুগুচে। পিচে, সেই গৃহস্থই এদিন এট। শুভ সমাজিক দেখিলে। তাৰ ফলত, বীৰপালে এজোপা গছৰ তলত এটা ধনৰত্বৰ গাগৰিৰে সৈতে এখন ঢাল, এখন ভৰৱাল, এপাত যাঠি আৰু এটা সোণৰ মেকুৰী পালে। সেই সম্পত্তি লাভ কৰাৰ পাচৰপৰা ৰীৰপালৰ অৱস্থা দিনকদিনে ভালৰ ফালে আহিল আৰু সেই দৈৱিক দ্ৰব্য বেত্ত সম্পত্তি” বুলি তেওঁ অতি যতনেৰে ৰাখি তাত পূজা দিবলৈ ধৰিলে। তাৰ পাচত, ৰীৰপাৰ ঘৈণীয়েক ৰূপৱতীয়ে এটি সুলক্ষণীয় পুত্ৰ-সন্তান প্ৰসৱ কৰে। ল’ৰাটি ই আৰু সুলক্ষণীয় দেখি, বীৰপালে তাৰ নাম গৌৰনাৰায়ণ ৰাখিলে। বয়সৰ লগে লগে গৌৰনাৰায়ণৰ বল, সাহ, বুদ্ধি আদিৰ চিনাকি পাই, চুটিয়াবিলাকে তেওঁৰ ওচৰত মূৰ লোৱাৰলৈ ধৰিলে, আৰু তেওঁ নিজ বাহুবলেৰে ওচৰৰ পৰ্বতীয়া জাতিবিলাকক (২) লতীয়া কৰি ল'লে। তাৰ পাচত, ১২২৩ খ্ৰীষ্টাৰত তেওঁ ব্ৰহ্মপুত্ৰ উপত্যকাৰ ফালে আহি, ভদ্ৰসেন নামেৰে ৰা এজনক যুদ্ধত ঘটায় তেওঁৰ ৰাজ্যৰ খেতগিৰি পৰ্বতৰ নগৰ মাৰি অনেকৰ আৰু বিবিধ ব্যৱসায়ী মানুহ পালে, আৰু তাতে এটা দুৰ্গ স্থাপন কৰিলে। গৌৰনাৰায়ণে ১৯২৩ চনত, পুৰত নতুনকৈ ৰাজধানী পাতি ৰত্নপাল নাৰ গ্ৰহণ কৰে। এওঁৱেই চুটিবিলাকৰ প্ৰথম ৰা। তশোক পৰাস্ত কৰাৰ পাচত যাব ন্যায়পাল নামেৰে আৰু এজন ৰজাক আক্ৰমণ কৰে। তেওঁ যুদ্ধ নকৰাকৈয়ে তেওঁৰ ৰসেখী নামেৰে জীয়েকক ৰখবলৈ বিয়া দি, তেৰে সৈতে মিতিৰ পাতিলে। তাৰ পাত, বলে নিজৰ ৰাজ্যৰ শীমাই শীমাই এটা বৰ ভাঙৰ গড় ৰজাই সোণা- গিৰীলৈ উঠি আহিলে। | (১) এৰি গৰিয়ালেই সেই বিও নগৰ ফুলি চৰ। একে এম শাজী আৰ জীয়ৰী কৰি দেৱীৰ মন। কুঞ্জিগাৰী নামৰ সৈয়ে পিনিছিগাৰেৰে বুলি না বলাই যায়। ( () আতি মুঠেই ৬ এ চুলা আছি। সেই ৬ ঘৰৰ লগতে লগিৰি পত, কাগিৰি গত, গলা ও লগিৰি পত, অগিৰি পৰ এৰে পতা বা মাৰি, তা বিলী চলাফে দ গ লৈ, লোকে একা বাইতে। শিলায় লাতি বিবি ওমী, পু।